ফুল কোঁৱৰ
অৱয়ব
ফুল কোঁৱৰ।
প্ৰণেতা—
শ্ৰীহলিৰাম হাজৰিকা
প্ৰকাশক—
ইন্দ্ৰেশ্বৰ লাইব্ৰেৰী।
পোঃ নামতি দ'ল
আসাম।
নতুন সংস্কৰণ
১৮৭৩ শকাব্দ।
[সৰ্ব্ব স্বত্ব সংৰক্ষিত।] মূল্য।৵৹ (অপঠনীয় )
বিশেষ কবলগীয়া কথা
আমাৰ লাইব্ৰেৰীত আজি পৰ্য্যন্ত ছপা হোৱা সকলো পুথি পাব, যথা বিহিত কমিচন দিয়া হয়। মানকোঁৱৰ পুথি খনিয়ে আজি সমাজত ঠাই পাইছে,গতিকে ফুলকোঞৰ পুথি খন জন সমাজত দাঙি ধৰিলো। প্ৰেম সাগৰ পুথি খনো ছপাৰ আৰম্ভ কৰা হৈছে, ইয়াৰ প্ৰথমখণ্ড গোপণ বিহাৰ নাম দি ছপালো। ইয়ো সমাজৰ লাগতিয়াল হোৱাত ফুল কোঁঞৰ ছপালো। যুবক সঙ্ঘই গ্ৰহণ কৰিলেই মোৰ যত্নৰ সাৰ মানি লব পাৰিম বুলি আশা কৰিলো। নিঃকিনৰ ধণ, আলশে বা জীৱণ একেই বুলি ধৰিব। যদি অনেক ভূল ভ্ৰান্তি পাই তাৰ দোষা দোষ মাৰ্জ্জণা কৰিবলৈ অপাৰগ নহয় যেন! হয়ে অনুৰোধ কৰিলোঁ।
|
|
নিবেদক—
|
মূল গ্ৰন্থত নাই
সূচীপত্র।