পৰাচিত (সামাজিক নাটক)/ভাৱৰীয়াসকল
অৱয়ব
ভাৱৰীয়াসকলৰ নাম।
মুনিহ
| চম্পক কৃষ্ণৰাম গঙ্গাৰাম পুনাৰাম মোলোকা কঁটীয়া ফজলুৰ ৰহমান দুৰ্গানাথ বিড্চন চন্দ্ৰকান্ত ডম্বৰু ভোকোন্দাই গোলাই ধনেশ্বৰ গোলোক মনবৰ জয়নাথ |
|
... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... |
|
এজন কেৰেণী। চম্পকৰ মাজু ভায়েক। চম্পকৰ সৰু ভায়েক। চম্পকৰ পুতেক। চম্পকৰ অফিচৰ পিয়ন। চম্পকৰ বনুৱা চাকৰ। গঙ্গাৰামৰ উকীল। মহকুমাধিপতি। চম্পকৰ উকীল। গঙ্গাৰামৰ সাক্ষী। গঙ্গাৰামৰ চাকৰ। এজন আৰ্জ্জি-মহৰী। চম্পকৰ সাক্ষী। এজন পেস্কাৰ। |
| মুনীন্দ্ৰ পুনাই |
|
... ... ... ... |
|
এজন দাৰোগা। এটা টেকেলা। |
ডাক্তৰ, কম্পাউণ্ডাৰ, বাটৰুৱা, দুটা কানীয়া আৰু
জেইলাৰ প্ৰভৃতি।
তিৰোতা
| প্ৰভাৱতী লাৱণ্য |
|
... ... ... ... |
|
চম্পকৰ ঘৈণীয়েক। কৃষ্ণৰামৰ ঘৈণীয়েক। |
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )