সমললৈ যাওক

প্ৰকাশক আলোচনা:ভট্টাচাৰ্য্য এজেন্সি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউৎসৰ পৰা

বানান সম্পৰ্কে

[সম্পাদনা কৰক]

ভট্টাচাৰ্য্য এজেন্সি নে ভট্টাচাৰ্য্য এজেন্সী? JyotiPN (বাৰ্তা) ০২:০২, ১৩ ছেপ্টেম্বৰ ২০২৫ (IST)উত্তৰ দিয়ক

অসমীয়া আদি পাঠ গ্ৰন্থখনৰ বেটুপাত চালে বুজিব পাৰিব, তাত কোনটো বানান আছে। নামবাচক শব্দৰ ক্ষেত্ৰত নামটোৰ গৰাকীয়ে যিধৰণে লিখে, তাক অনুসৰণ কৰা উচিত। Babulbaishya (বাৰ্তা) ২০:১০, ১৩ ছেপ্টেম্বৰ ২০২৫ (IST)উত্তৰ দিয়ক
কোমল পাঠ, Page 3
'ভট্টাচাৰ্য্য এজেন্সী'টো ৰিডাইৰেক্ট কৰি দিছো। Babulbaishya (বাৰ্তা) ১৯:১৭, ১৪ ছেপ্টেম্বৰ ২০২৫ (IST)উত্তৰ দিয়ক
ধন্যবাদ। -JyotiPN (বাৰ্তা) ২৩:৫২, ১৪ ছেপ্টেম্বৰ ২০২৫ (IST)উত্তৰ দিয়ক