সমললৈ যাওক

প্ৰকাশক:লয়াৰ্ছ বুক ষ্টল

ৱিকিউৎসৰ পৰা

১৯৪২ চনত গুৱাহাটীৰ পানবজাৰত স্থাপিত লয়াৰ্ছ বুক ষ্টল (এল বি এছ) উত্তৰ-পূব ভাৰতৰ এক অগ্ৰণী গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশন প্ৰতিষ্ঠান। প্ৰথম অৱস্থাত আইনৰ ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ যোগান উদ্দেশ্য বিচিত্ৰ নাৰায়ণ দত্ত বৰুৱাৰ দ্বাৰা স্থাপিত এই প্ৰতিষ্ঠানটো অসমীয়া সাহিত্যৰ আগশাৰীৰ প্ৰকাশক হিচাপে বিকশিত হৈছিল। লয়াৰ্ছ বুক ষ্টলে সৌৰভ কুমাৰ চলিহা, ভবেন্দ্ৰ নাথ শইকীয়া, হীৰেন গোহাঁই আদি উল্লেখযোগ্য লেখকৰ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল। ১৯৭০ৰ দশকত প্ৰতিষ্ঠানটো পৰিচালনাৰ ভাৰ লয় খগেন্দ্ৰ নাৰায়ণ দত্ত বৰুৱাই।[]

প্ৰকাশিত গ্ৰন্থ

[সম্পাদনা কৰক]
  1. ৰণ্ জেউতি (১৯৫৫), ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ দ্বাৰা ৰচিত সূচী পৃষ্ঠা চাওক ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক
  2. চলচ্চিত্ৰ (১৯৯৬), উৎপল দত্তৰ দ্বাৰা ৰচিত সূচী পৃষ্ঠা চাওক ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক
  3. অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (১৯৯৯), কালিৰাম মেধিৰ দ্বাৰা ৰচিত সূচী পৃষ্ঠা চাওক ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক
  4. ৰূপালীম (১৯৬০), জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত সূচী পৃষ্ঠা চাওক ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক
  5. সীতাহৰণ-কাব্য
  6. তোমালৈ
  7. মহামতি গোপালকৃষ্ণ গোখ্‌লে
  8. ত্ৰিপদী
  9. বুৰঞ্জীৰ বাণী
  10. শিশু-মহাভাৰত
  11. কোঁৱৰ বিদ্ৰোহ
  12. গোলাম
  13. কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা


তথ্যউৎস

[সম্পাদনা কৰক]