পৃষ্ঠা:Vocabulary and Phrases in English and Asamese.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

IDIOMATICAL PHRASES.

229

Though he fell from a high tree he was not killed.

সি বৰ ওখ গচৰ পৰা পৰিল তেওঁ ন মৰিল।

Hi bor ukho gosorpora péril, tea no móril. They conquered, though they lost a thousand Iuell.

সিহতৰ এহেজাৰ মানুহ পৰিল তেও সিহঁতে জিকিলে । Hihontor ehejar mántih póril, teahihontejikile.

I thought he had gone.

মই বুলিচিলে সি গল। Moi balisilun hi g6l. He has traveled through China.

সি থেহৰ দেস গোটাই খন ফুৰিলে। Hi Khehor deh gutai khon phirile. The news spread throughout the kingdom. এই বতৰ ৰাইজ গোটাই থনত বিয়াপিল।

E' botora raij gutai khonot biapil. Throup out this water.

এই পানি পেলাই দে।

E pani pelat de.