এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হিৰণ্য গগৈ বৰুৱাৰ কবিতা কবিকণ্ঠৰ প্ৰতি হে কবিকণ্ঠ তোমাৰ আৱিৰ্ভাৱ আমাৰ সৌভাগ্য। শতজনৰ সুপ্ত হৈ থকা কবি হৃদয়বোৰ জাগ্ৰত হৈ উঠক তোমাৰ ছাঁয়াত, ভগ্ন হৃদয়ৰ উগুল থুগুল লগোৱা ভাৱবোৰ ভাষাবোৰ গঢ় লৈ উঠক তোমাৰ প্ৰেৰণাত ৷ হে কবিকণ্ঠ, কলম এগছি বস্তি তোমাৰ নামেৰে তোমাৰ দীৰ্ঘায়ু কামনাৰে ৷ স্বপ্নশিখা / ৪