সমললৈ যাওক

পৃষ্ঠা:Swapnasikha.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হিরণ্য গগৈ বৰুৱাৰ কবিতা আমি জীয়াই আছো স্বৰ্গীয় সুখেৰে তিমিবাছন্ন আঁউসীয়ে হৃদয়ৰ আবেগেৰে আকুলত চফটাই স্বপ্নশিখা / কবি প্রতিক্ষাত ? আন্ধাৰৰ নে আলোকৰ সন্ধানত ? সন্মুখত দুৰ্লংঘ্য প্ৰাচীৰ থেকেচা পঙ্গু আৰু ৰজাই আঁৰত ৰখা এসোপা প্ৰজাৰ সমষ্টি যাৰ অশ্ৰু মাত্ৰ সাৰ মহাসাগৰত টেটু টিয়াই পানীৰ বাবে হাহাকাৰ কৰা নামধাৰী মনুষ্যবোৰে মিছাতেই কৰে আলোড়ন আৰু আন্দোলন—। একো নেপালেও একো নেখালেও সিহঁতে ক'ব লাগিব আমি জীয়াই আছো স্বৰ্গীয় সুখেৰে ৷