এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰণৱ কুমাৰ গগৈৰ কবিতা স্বদেশ বুকুৰ ভিতৰত বিষ কলমত তেজ জন্মৰ পৰাই বিচাৰি আছো পোৱা নাই ক'ত মোৰ সেই সোণোৱালী স্বদেশ ॥ 0 অঘৰী সকলোবোৰ ঘৰতে থাকিও - একো নকৰিলে।- কবিতাৰ লগত এদিন বাটলৈ ওলাই আহিলো স্বপ্নশিখা / ২৪ সেই দুখতেই মই আজি অঘৰী হ'লো ৷