সমললৈ যাওক

পৃষ্ঠা:Swapnasikha.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰণৱ কুমাৰ গগৈৰ কবিতা মহাজন বাবু ক'ৰবাত যুদ্ধ চলিছে হেনো শিল, মাটি ভাঙি আহিছে মানুহ আতৰি দে মহাজন বাবু বাটত নকৰিবি তই গেৰু- গেঠু খং উঠিলে— সিহঁতে তোৰ ইফাল সিফাল কৰি দিব ডিঙি আৰু মূৰ মাটিৰ স্বপ্ন শাওণৰ দুপৰীয়া গৰখীয়াৰ সুহুৰি মাতত ৰোৱণী জাক বৰ মতলীয়া- জোকাৰ খাই উঠে গাভৰুৰ গা de হাতৰ সেউজ কঠিয়াত সপোন দেখে আঘোণ অহা, প্ৰিয় জনৰ সৈতে চিন এটা ভঁৰাল পতা ॥ PTA স্বপ্নশিখা / ১৯