এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰণৱ কুমাৰ গগৈৰ কবিতা অজলা কবি উৰি গ'ল কলমৰ চৰাই শব্দই সু-সুৰাই DR. W কবিতা আকাশত বতাহত আৰু পথাৰতো পাই কোন সেয়া অজলা কবি কবিতা বিচাৰোতে যায় উজাগৰে ৰাতি চোতাল ইমান সেমেকা আইৰ চোতাল খোজ দিবই নোৱাৰি তেজ এককাল স্বপ্নশিখা' | ১৭