এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰণৱ কুমাৰ গগৈৰ কবিতাঃ — কবিৰ কলম লিখিম বুলিও নহ'ল কবিতাটো লিখা, তুমি যে মোক কৈছিল৷ লিখিবাচোন এটা নতুন কবিতা নাই, নহ'ল আৰু লিখা তুমিতো বুজায়েই সময় কেনেকুৱা এফালে ৰণ সিফালে ভোজন কেনেকৈ তুলি লওঁ মই হাতত কবিৰ কলম । স্বপ্নশিখা / ১৫