সমললৈ যাওক

পৃষ্ঠা:Swapnasikha.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হিৰণ্য গগৈ বৰুৱাৰ কবিতা নিবেদন শাৰদীয় সন্ধিয়া শৰতৰ চোতালত যাচিছো আসন তোমাক আই দুৰ্গাদেৱী কাতৰে মাতিছো তোমাক আমাৰ কাষলৈ হৃদয়ৰ বিষাদ বেদনা জনাম তোমাৰ চৰণ সেৱী । নিষ্পেষিতা, নিৰ্যাতিতা নাৰী সমাজৰ বিভীষিকা আতৰাই জ প্ৰদান কৰাহে মহেশমর্দিনী, দুৰ্গতি নাশিনী তোমাৰ শৰীৰৰ সমস্ত শক্তি তাৰেই কামনাৰে নিবেদিছো তোমাৰ চৰণত এপাহি সুগন্ধি পুষ্প গোৱা যেন আকোৱালি অৱজ্ঞা নকৰি - 0 স্বপ্নশিখা / ১৩