এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হিৰণ্য গগৈ বৰুৱাৰ কবিতা দুর্গম পথৰ যাত্ৰী সীমাহীন আকাশৰ তলত বটবৃক্ষ জুপি ইমান ডাঙৰ গুটিবোৰ নিচেই সৰু তলত থকা ঘুমতিখন আটোম টোকাৰী ৷ 17 পুৱাৰে পৰা শাৰী শাৰী গ্ৰাহকৰ সমাবেশ আহৰি নাই বেচা কিনা ঠাই কেৱল মানুহৰ সীমা বেচা আৰু কিনা। দালালবোৰে, অট্টালিকাবোৰে খিলখিলকৈ হাঁহে সৰু সৰু জুপুৰীবোৰ দেখি গাড়ীবোৰে উকিয়াই ৰাজপথৰ ওপৰত ৷ দ্রুতগতিত প্রগতি অসীম গমণ সুদূৰ দিগন্তৰ যাত্রী দুর্গম পৰ ৷ স্বপ্নশিখা / । b