এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হিরণ্য গগৈ বৰুৱাৰ কবিতা পূণ্যভূমি দুঃচিন্তাত ডুবগৈ তপমগ্ন ঋষিৰ দৰে স্বপ্ন সোণালী ৰাজ্যত উচপ খাই দেখো গভীৰ তিমিৰ ফালি ফুটো ফুটো কৰিছে নির্ভেজাল, পবিত্র জেউতি সেয়ে হ'ব হেনো সপোনৰ উত্তম ৰাজ্য শ্বহীদৰ তেজেৰে ৰাঙলীহোৱা এই পূণ্যভূমি— 0 স্বপ্নশিখা | ৭