পৃষ্ঠা:Su swasthyar aadhar.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গেষ্ট্ৰাইটিজ বা অশ্লপিত্ত ৰােগ আমি খােৱা খাদ্যসমূহ পৰিপাক হয় বুলি কোৱা হয় আৰু এই অল্পৰস যেতিয়া পেটৰ আভ্যন্তৰৰ পৰা নিঃসৰীত হােৱা মলৰ সৈতে নির্গত হয় তেন্ত তাক অধােগ পিত্ত ৰসৰ সহায়ত। এই পিত্তৰস যেতিয়া অম্লপিত্ত আৰু বমিৰ সৈতে ওলাই গলে আম্লিক বা টেঙা হৈ পৰে তেতিয়া উধর্গ অম্লপিত্ত বােলে। অম্লপিত্ত নামৰ এবিধ ৰােগৰ সৃষ্টি হয়। গেষ্ট্ৰাইটিজ ৰােগৰ কাৰণ খাদ্যৰ পৰিপাৰক প্রক্রিয়া মুখৰ ভিতৰৰ ১। অত্যাধিক বিদাহী অন্ন যেনে- জ্বলা, পৰা আৰম্ভ হয় লেলাৱতীৰ সহায়ত । টেঙা, ভজা, পােৰা, আৰু উষ্ণ তীক্ষ্ণ পাকস্থলীৰ পৰা নিঃসৰীত পেংক্রিয়েটিক গুণসম্পন্ন খাদ্য সেৱন কৰা। ৰসৰ সহায়ত। খাদ্যৰ বিসংগতি বা ২। সময়মতে আহাৰ গ্ৰহণ নকৰা নতুৱা কেতবােৰ মানসিক কাৰণৰ কাৰণে দুঃসাজ অন্নৰ মাজত আধিক ব্যৱধান। অত্যাধিক অল্প ৰসৰ নিঃসৰিত হলে যি ৰখা। ৰােগৰ সৃষ্টি হয় তাক অম্লপিত্ত বােলে। ৩। শৰীৰৰ অসাত্ম বা অখাদ্য গ্রহণ কৰা। অম্লসে পাকস্থলীৰ কোষৰ কলা সমূহক ৪। অত্যধিক মদ্যপান, চাধা, ধূমপান, উত্তেজিত কৰিলে তাক আধুনিক গুটকা, তামােল, সেৱন কৰা। চিকিৎসা বিজ্ঞানে গেষ্ট্ৰাইটিজ বুলি কয়। ৫। মানসিক উত্তেজনাত ভােগা বা এই ৰােগ পৰিবৰ্দ্ধিত হৈ পাকস্থলীত ঘাঁ অত্যাধিক চিন্তা শােক, ক্রোধ দুখ হলে তাক গেষ্ট্রিক আলচাৰ বুলি কোৱা ভয়ত ভুগিলে এই ৰােগত ভুগিব হয়। আয়ুর্বেদত এই ৰােগৰ ফলত পেটৰ পাৰে। বিষ হলে অন্নদ্ৰৱশুল আৰু পৰিনাম শূল ৬। বিৰুদ্ধ অন্ন সেৱন কৰা। ৭৯