পৃষ্ঠা:Su swasthyar aadhar.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমবাত (ৰিউমেটইড আর্থাইটিছ) ই এবিধ স্বপ্ৰতিৰােধ ক্ষমতা জনিত সংশােধন চিকিৎসা উৎপাদিত দীর্ঘদিনীয়া বিষৰােগ। ই ক) স্বেদন- বালুকা স্বেদ,সৈন্ধৱ লৱণ প্রধানত সমগ্র দেহক প্ৰভাৱিত কৰিব পৰা স্বেদ, পত্র পিণ্ড পত্তোলী স্বেদ। গাঁঠিৰ ৰােগ। সমান্তৰাল ভাৱে দুই হাত বা খ) স্নেহযুক্ত বিচেন- ঔষধ দ্ৰব্যৰ দুইভৰিৰ সৰু বা ডাঙৰ গাঁঠিৰ বিষ আৰু সেৱনৰ জৰিয়তে শৌচদ্বাৰৰে মল ফুলি উঠা আৰু গাঠিসমূহৰ গতিত নিস্কাসন। বাধাগ্রস্থতা উৎপন্ন কৰি দৈনন্দিন গ) বস্তিকর্ম-ক্ষাৰ বস্তি, বৈতৰণ বস্তি, কর্মজীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টিকৰা এবিধ সিদ্ধবতি, ইৰাণ্ডামুলাদি বক্তি, ৰােগ। এই বেমাৰবিধ মহিলাৰ ক্ষেত্ৰত দশমুলাদি নিৰুহ বক্তি। পুৰুষতকৈ তিনিগুণ বেছি। ঘ) লংঘন (উপবাস)- শৰীৰক সামগ্রিক লঘুত্ব প্রদান কৰা পদ্ধতি। লক্ষণ সংশমন চিকিৎসা - আমাবাতত প্রধানত নিম্নলিখিত একক ঔষধ উদ্ভিদ - গুডুচী, ধৰণৰ লক্ষণসমূহ দেখা যায়- গাৰবিষ, গাঠিৰবিষ, প্রদাহ, চলাচল, আৰু অংগ আদা,ৰা, চোপচিনী, পুনৰনৱা,কুচিলা, অশ্বগন্ধা, লহচুন, ভল্লাতক, এৰান্দা, প্রত্যংগৰ সঞ্চালন বাধা, ভাগৰুৱা নিগুন্দী,ছজিনা, ছাল্লাকী আদি। অনুভৱ,দুর্বল লগা, সাধাৰণ জ্বৰ আদি। মিশ্রিতঔষধ- আমবাতাৰি ৰস, চিকিৎসা পদ্ধতি- সমীৰপন্নগ ৰস, অগ্নিকুণ্ডী বটী, অজমােদাদি সাধাৰণতে প্রয়ােগ কৰা সম চুর্ণ, বৈশ্বনাৰ চুর্ণ, অশ্বগন্ধাৰিষ্ট, সিংহনাদ সাময়িক চিকিৎসা পদ্ধতিৰ ঔষধ সমূহৰ গুগুলু, ৰাসপ্তক কোৱাথ, যােগৰাজ দীর্ঘদিনীয়া প্রয়ােগে শৰীৰৰ ওপৰত গুগুলু, ইৰাণ্ডাপাক আদি। বিভিন্ন পার্শ্বক্ৰিয়াৰ সৃষ্টি কৰে। এই পথ্য (উপযােগী খাদ্য দ্রব্য) বাদাম, বিষয়ত সেয়েহে আয়ুর্বেদ চিকিৎসা ৰঙালাও, পানীলাও, চয়াবিন, আদা, পদ্ধতিৰ উপাদানসমূহৰ ব্যৱহাৰে ৰােগীক ছজিনা, মাটিকঠাল, নহৰু, উদ্ভিদগত ফলপ্রসু প্রভাব প্রদান কৰে। আয়ুর্বেদত দুই প্রটিন আদি। ধৰণৰ চিকিৎসা পদ্ধতিৰ উল্লেখ আছে। অপথ্য (অপকাৰী খাদ্য দ্রব্য)- সেইবােৰ হ'ল- শােধন চিকিৎসা, আৰু মাছ-মাংস, গাখীৰৰ পৰা প্ৰস্তুত কৰা দ্রব্য, সংশমন চিকিৎসা পদ্ধতি। ইয়াৰ বিষয়ে কণী, আলু, বিলাহী, মাটিমাহ বিভিন্ন তলত চমুকৈ উল্লেখ কৰা হ’ল- ধৰণৰ সংশােধিত খাদ্যদ্রব্য ইত্যাদি। ৭৮