পৃষ্ঠা:Su swasthyar aadhar.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিয়চিছ চ'ৰিয়চিছ এবিধ চর্মৰােগ । পৃথিৱীৰ | জনসংখ্যাৰ মুঠচশতাংশ মানুহ এই ৰােগত আক্রান্ত বুলি সমীক্ষাত প্রকাশ। এই বেমাৰৰ সঠিক কাৰণ | এতিয়াও জনা হােৱা নাই যদিও অনুসন্ধান অব্যাহত আছে। চিকিৎসা বিজ্ঞানৰ মতে ই এবিধ স্বপ্ৰতিৰােধজনিত (Auto Immune) ৰােগ। ইয়াক | বুজিবলৈ আমাৰ শৰীৰৰ ৰােগ প্ৰতিৰােধ প্ৰণালীৰ বিষয়ে জানিব লাগিব। আমাৰ শৰীৰত ৰক্তকণিকা | বিলাকে সেই বেমাৰৰ বীজানুবিলাকক চিনাক্ত কৰি মাৰিবলৈ চেষ্টা কৰে। চৰিয়াচিছ বেমাৰত এই ৰক্তকণিকাবােৰে নিজৰ শৰীৰৰ ছালৰ কোষবিলাকৰ ভুলকৈ বাহিৰা বেমাৰৰ বীজানুৰ নিচিনা আক্রমন কৰে যাৰ ফলত এই জটিল বেমাৰ বিধৰসৃষ্টিহয়। চ'ৰিয়চিহ্ৰকাৰণঃ আয়ুর্বেদিক চিকিৎসা শাস্ত্ৰত উল্লেখিত চর্মৰােগৰ নিদান সমূহৰ ভিতৰত আছেপ্রধানকৈ- ১। অনুপযােগী আহাৰ - যেনে নতুনকৈ উৎপাদন হােৱা শস্য, দৈ, মাছ, বেছি নিমখীয়া আৰু টেঙা জাতীয় খাদ্য মাটিমাহ, মূলা, পিঠাগুৰি, মইদা আদিৰ পৰা তৈয়াৰী খাদ্যৰ আত্যাধিক ব্যৱহাৰ, গুড়, গাখীৰ, তিলৰ পৰা তৈয়াৰী পদার্থ, মছলাযুক্ত খাদ্য, জাংক ফুড, ফাষ্টফুড, ফ্ৰীজত থােৱা বস্তু আদি। ২। অনুপযােগী কর্ম - অর্থাৎ অশুদ্ধ জীৱন শৈলী যেনে- অত্যাধিক গৰম আৰু গধুৰ খাদ্য গ্ৰহণৰ পিছত ব্যায়াম কৰা, বমি, শৌচ পেচাব ইত্যাদি ৰখাই থােৱা, অতিপাত গৰমৰ পৰা আহি লগে লগে ঠাণ্ডা পানী ব্যৱহাৰ কৰা, দিনত টোপনি যােৱা ইত্যাদি। ৭৬