পৃষ্ঠা:Su swasthyar aadhar.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লক্ষণ সমূহ নিয়ন্ত্রণ কৰা। - দেহৰ ওজন নিয়ন্ত্রণ কৰা। চিকিৎসা পদ্ধতি সমূহ- - সম্যক খাদ্য তালিকা আৰু শাৰীৰিক ব্যায়াম। -খাদ্য আৰু বিভিন্ন দৰব। -খাদ্য আৰু ইনচুলিন। -জটিলতা সমূহৰ চিকিৎসা। আয়ুর্বেদ চিকিৎসা পদ্ধতিয়ে মধুমেহ ৰােগৰ প্ৰতিৰােধ আৰু প্ৰতিকাৰৰ ক্ষেত্ৰত কিছুমান উল্লেখনীয় ব্যৱস্থা ঘ) ঔটেঙা,নৰসিংহ। আগবঢ়াইছে এই উদ্দেশ্য আয়ুর্বেদত কৰণীয়ঃ উল্লেখ থকা কিছু প্রকৃতি বনৌষধিৰ নাম ক) দৈনন্দিন খােজকঢ়া। তলত উল্লেখ কৰা হ'ল- খ) লঘুব্যায়াম। ১। হালধী, ২। আমলখী, ৩। গ) দৈনিক স্নান। বিজয়সাৰ, ৪। নিমপাত, ৫। বেলপাত, ৬। মেথী, ৭। কেৰেলা, ৮। জাম, ৯। ভল্লাতক, ঘ) লঘু খেল ধেমালি ইত্যাদি। ১০। আমৰ বীজ, ১১। লােদ্র, ১২। বলা, ১৩। অপথ্য আহাৰঃ বাবুল, ১৪। তেজপাত, ১৫। খাদি, ১৬। অত্যাধিক তেল জাতীয় খাদ্য, গুঙ্গী১৭ঔটেঙা, ১৮ নৰসিংহইত্যাদি। গুড় আৰু তাৰ পৰা উ ৎপদিত পথ্য -অপথ্য খাদ্যসমূহ, চাউলৰ পিঠাগুৰি আৰু তাৰ পৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্য সম্যক আহাৰ আৰু বিভিন্ন দৈনন্দিন কাৰ্য্যই বহুমুত্র ৰােগত সামগ্রী, পােহনীয়া আৰু উপকুলীয় তাতপর্যপূর্ণ ভুমিকা গ্ৰহণ কৰে । এই প্রদেশৰ পশুপক্ষীৰ মাংস অসময়ত খাদ্যগ্ৰহণ কৰা আৰু বিষম পৰিমানৰ ক্ষেত্ৰত মধুমেহ ৰােগৰ বাবে আয়ুর্বেদে খাদ্যগ্ৰহণ কৰা (কম বা বেছি পৰিমাণ) আগবঢ়োৱা কিছু উপকাৰী আৰু অত্যাধিক নিমখ বা চেনী যুক্ত খাদ্য ক্ষতিকাৰক খাদ্য অভ্যাস আৰু আচাৰ আচৰণ তলত উল্লেখ কৰাহ’ল- সম্ভাৰ ইত্যাদি। পৰিহাৰকৰিবলগীয়াঃ পথ্য আহাৰ- ক) মুগদাইল,বুটমাহ। ক) দিবাশয়ন। খ) গমধান, যবধান। খ) চিগাৰেট, ধুমপান আদি নিচাজাতীয় গ) প্রাকৃতিক মৌ, ক’লা নিমখ, কেৰেলা, দ্রব্যসেৱন। পটল,গাজৰ, আমলখি, হালধী,জালুক গ) শাৰীৰিক পৰিশ্ৰমৰ পৰা বিৰত থকা। ইত্যাদি। ৭৫