পৃষ্ঠা:Su swasthyar aadhar.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টংকন ভষ্ম ঘাৰ ওপৰত লগাব পাৰি। নিম, বাবুল, ত্রিফলা, সৈন্ধৱ লৱন ভিনেগাৰ ও ঘাৰ ওপৰত লগাবলৈ ব্যৱহাৰ আদি দন্তমনৰ কাৰণে ব্যৱহাৰ কৰিব কৰিব পাৰি। পাৰি। মূৰৰ বিষ - (Headache) মূৰৰ বিষ মানুহৰ সাধাৰণতে হৈ থকা এটি সমস্যা। দ্বিতীয়কবা ছেকেণ্ডাৰী ভাৱে ইয়াক যিটো কাৰণবশত মূৰৰ বিষ হৈ আছে তাৰ প্রাথমিক ৰােগটোৰ চিকিৎসাৰ দ্বাৰাহে সুফল পাব পাৰি। প্রাথমিকভাৱে হৈ থকা মূৰৰ বিষবােৰে প্রায়ে সমস্যাৰ সৃষ্টি কৰে যিবােৰৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পােৱা নাযায়। তেনে খদিদি বটি চোবাইখালেও ফলপ্রসু ধৰণৰ দুটি মূৰৰ বিষ হ’ল টেনছন টাইপ হয়। জেছমিন আৰু মধুৰিআমৰ পাত মূৰৰ বিষ আৰুমাইগ্রেইন। চোবাই খালেও মুখৰ ঘা ভাল হয়। দাঁতৰ শিৰশূলাদি বজ্ৰ ৰস, গােদন্তি ভষ্ম, আলু ফুলা বা জিঞ্জিভাইটিছ, দাঁতৰ প্রবাল পিষ্টি, সৰস্বতী অৰিষ্টা, ব্রাহ্মী বটি বিভিন্ন অংশৰ ৰােগ (পেৰিঅ'ডন্টেল পথ্যাদি ক্বাথ, কামদুধ ৰস, অশ্বগন্ধা আদি ডিজিছ) অৰেল হাইজিন বা মুখ গহ্বৰৰ প্রয়ােগ কৰি সুফল পাব পাৰি। চাফচিকুনতা কর্মকে কৰাৰ ফলত এই ৰােগ হােৱা কেলকুলাছ যাক সাধাৰণ মূর্ধা তৈলৰ যিকোনাে প্ৰকাৰ দেখা যায়। ভাষাত টাটাৰছ বুলি কোৱা বিশেষকৈ মূৰৰ মালিছ যথেষ্ট উপযােগী। হয় সেইবােৰ দাতৰ আলুবােৰ ক্ষয় কৰাৰ যােগ সাধনা আৰু প্রাণায়ম বা ধ্যান লগতে আন অংশসমূহৰও ক্ষতি কৰে। ফলপ্রসু হয়। ৰােগীক মানসিক চাপৰ পৰা বিৰত থাকিবলৈ দিয়াৰ লগতে বিষৰ দাঁতৰ আলুৰ পৰা তেজ ওলােৱা, আলুবােৰ ফুলি উঠা, পুজ ওলােৱা, দাঁত উৎসসমূহ চিনাক্ত কৰি সেইবােৰৰ পৰা বিৰত থকাতাে প্রয়ােজনীয়। লৰা আদি লক্ষণে দেখা দিয়ে। আয়ুর্বেদত বিৱৰণ থকা শিতদ নামৰ ৰােগটিৰ লগত ইয়াৰ সামঞ্জস্য দেখা যায়। আয়ুর্বেদিকত অৰেল হাইজিন বা মুখখন চাফা কৰি ৰখাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু লগতে ভালকৈব্রাছকৰা আৰু মুখ গহবৰ চাফা কৰি ৰখাৰ নির্দেশাৱলী দিছে। ৬০