পৃষ্ঠা:Su swasthyar aadhar.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কণ্ঠগত সাধাৰণ ৰােগসমূহ- ফেৰিংজাইটিছ(Pharyngitis) ফেৰিংছৰ সংক্ৰমণৰ কাৰণে এই ৰােগ হয় য'ত ডিঙিৰ বিষ প্রধান লক্ষণ। তাৰােপৰি বাহিৰা বস্তু লাগি থকা যেন। অনুভৱ হােৱা, জ্বলা-পােৰা কৰা, সােপা। লাগি ধৰা, কাহ, ডিঙিত কিবা ফুলি উঠা যেন লক্ষণে দেখা দিয়ে। এই ৰােগটো আয়ুর্বেদত কণ্ঠগত ৰােগৰ ভিতৰত দন্ত ৰােগৰ ভিতৰত এটি অন্যতম বিৱৰণ দিয়া হৈছে। ত্রিফলা, যষ্ঠিমধু, টংকন ভষ্ম আদিৰে মুখৰ কুলি বা গার্গল সমস্যা হ’ল দাঁতত পােক লগা। কৰিলে সকাহ পােৱা যায়। লবংগাদি বটি, আয়ুর্বেদিকত এই ৰােগক কৃমিদন্তহিচাপে বিৱৰণ পােৱা যায়। এই ক্ষেত্ৰত দাঁতৰ বুচাদিবটি আদি চোবাইখাবলৈ দিয়া হয়। অজৈৱ বা ইনঅর্গেনিক অংশ এনামেল তালিচ্যাদি চূর্ণ, চিটোপলাদি চূর্ণ আৰু দেণ্টাইনৰ ক্ষয় হয় আৰু তাৰ পাছত আদিও উপযােগী। ৰােগীজনক ঠাণ্ডা বস্তু, দাঁতৰ জৈৱিক অংশ বা অর্গেনিক অংশ এলার্জেন, ধূলি, অপ্রাসঙ্গিকভাৱে কথা পতা পাল্পৰ ক্ষয় হয়। দাঁতৰ বিষ, পুজ ওলােৱা, আদিৰ পৰা বিৰত থাকিবলৈ দিয়া হয়। দাঁত সৰা ইত্যাদি লক্ষণ দেখা যায়। টনছিলাইটিছ-(Tonsillitis) কম গুৰুতৰ ক্ষেত্ৰত ক্ষয় হােৱা কণ্ঠৰ দুয়ােফালে থকা টনছিল গ্রন্থিৰ অংশসমূহ চাফা কৰি সেই অংশসমূহ পূৰ সংক্ৰমণৰ কাৰণে এই ৰােগ হয়। ঔষধি কৰি দিয়া হয়। লবংগ তৈল বা ক্লভ যেনে কাঞ্চনাৰ গুথুলু, গিলয় সত্ত্ব, অইলৰ দ্বাৰা দাঁত বিষৰ পৰা পৰিত্ৰাণ পাব শিতােপলাদি চূর্ণ, তালিচ্যাদি চূর্ণ, তংকন, পাৰি। গুৰুতৰ ক্ষেত্ৰত দাঁত সৰােৱাটো ভষ্ম ইত্যাদি উপযােগী হয়। খাদিদি বটি প্রয়ােজনীয় এনাছথেছিয়া ব্যৱহাৰ চোবাইখাবলৈ দিয়া হয়। নকৰাকৈ জলন্ধৰ বন্ধৰ দ্বাৰা দাঁত সৰাব মুখ গহ্বৰ আৰুদাঁতৰ ৰােগসূহ - পাৰি। জলান্ধৰ বন্ধৰ দ্বাৰা দাঁত সৰােৱা পদ্ধতি ত বিনা এনাছ থেছিয়াৰে দাতৰ পোক সফলতাৰে দাঁত সৰােৱাব পাৰি। (ডেন্টেল কেৰীছ) - মুখৰঘাবাষ্টমেটাইটিছ- (Stomatitis) (Dental এই ৰােগত মুখৰ ভিতৰত যথেষ্ট Carries) বিষ হয় য'ত মুখৰ গ্ৰাে আৱৰণত ঘা হয়। এই ক্ষেত্ৰত এপথাছ আলছাৰ অন্যতম। মুখ ধুবলৈ ইৰিমোদি তৈলৰ ব্যৱহাৰ উপযােগী হয়। ইৰিমোদি তৈলৰ লগত