পৃষ্ঠা:Su swasthyar aadhar.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দিয়া হয়। অনুভৱ ক্ষমতা কমি যােৱাৰ কাৰণে ৰসায়ন, ঔষধিযুক্ত ঘি, অনু তৈল,দশমূল্য হােৱা বধিৰতাৰ ক্ষেত্ৰত ৰসায়ন চিকিৎসা তৈল ইত্যাদি খাবলৈ দিয়া হয়। উপযােগী হয়। ঘৃতপান আৰু ৰসায়ন কাণৰ বিষ (অ'টালজিয়া) (0talgia) চিকিৎসা কাণৰ ৰােগৰ কাৰণে কাণৰ বিষ মানৱ জীৱনৰ যথেষ্ট সুফলদায়ক হয়। কর্ণপূৰণ, মূর্ধা তৈল নস্য ইত্যাদি চিকিৎসা পদ্ধতিও কৰা হয়। কষ্টদায়ক ৰােগ। এই সমস্যাটি বিভিন্ন ঔষধি যেনে-সাৰিবাদি বটি, বায়ুচিন্তামনি কাৰণৰ কাৰণে হ'ব পাৰে - বহিঃ কর্ণৰ সমস্যা, কর্ণপথৰ সমস্যা, কাণৰ পর্দা, মধ্য স, বৃহত ছাগলাদ্যঘৃত ইত্যাদি খাবলৈ কৰ্ণৰ সমস্যাৰ লগতে কাণৰ কাষৰ বিভিন্ন অংশৰ সমস্যাৰ কাৰণেও হ'ব পাৰে। টিনাইটাছ- (Tinnitus) আয়ুর্বেদত ইয়াক কর্ণশূল বুলি কোৱা হয়। এই ৰােগত ৰােগীয়ে প্ৰায়ে কাণৰ কাণৰ বিষৰ কাৰণসমূহ ৰ লগত ভিতৰত শব্দ হৈ থকা যেন মিছা অনুভৱ মােকাবিলা কৰি এই ৰােগটিৰ পৰা কৰে য'ত ৰােগীজনে যথেষ্ট কষ্টৰ পৰিত্ৰাণ পােৱা দৰকাৰ। সম্মুখীন হয়। কেনে ধৰণৰ শব্দ শুনিবলৈ পায় তাৰ ওপৰত নিৰ্ভৰ কৰি আয়ুর্বেদত এই ৰােগক কর্ণনাদ বা কর্ণকস্বেদ এই দুটা ভাগত ভাগ কৰা হৈছে। আধুনিক বিজ্ঞানত ইয়াক ছাবজেক্টিভ নাইবা অবজেক্টিভ হিচাপে ভাগ কৰিছে। পৰীক্ষ ক জ নে ৰােগীগৰাকীক পৰীক্ষা কৰােতে শৰীৰত হৈ থকা কোনাে শব্দ শুনিবলৈ পােৱা বা নােপােৱাৰ ওপৰত ভিত্তি কৰি এই ভাগ কৰা হৈছে। টিনাইটিছৰ বিভিন্ন কাৰণবােৰৰ ভিতৰত যিবােৰ ক্ষেত্ৰত কৰ্ণ পথত হােৱা আয়ুর্বেদিক চিকিৎসা পদ্ধতি যেনে ক্ষতৰ কাৰণে হয় তেনে ক্ষেত্ৰত কর্ণপূৰণ, কর্ণ পূৰণ, কর্ণধূপন, স্নেহপান, অভ্যঙ্গ, কর্ণপ্রমার্জন আদিৰে সুফল পােৱা যায়। নাড়ীস্বেদ ইত্যাদি বহু ফলপ্রদ হয়। অন্তঃকর্ণ আৰু মগজুৰ কাৰণে হােৱা ঔষধি - দিপীকা তৈল, সর্সপ তৈল, টিনাইটিছৰ ক্ষেত্ৰত আয়ুর্বেদিক চিকিৎসা ক্ষাৰ তৈল ইত্যাদি কর্ণপুৰণৰ বাবে আদা পদ্ধতি যথেষ্ট উপযােগী হয়। ৰসায়ন আৰু সৰিয়হ তুলসীৰ ৰসৰ সৈতে কাণত চিকিৎসা, নস্য কর্ম, কর্ণপূৰণ, মূর্দাতৈল দিব পাৰি। মুখেৰে খােৱা ঔষধি- আদি সুফলদায়ক। ঔষধি যেনে সাৰিবাদি লক্ষ্মীবিলাস ৰস, ত্রিফলা গুগ্নলু, বটি, বায়ুচিন্তামনি ৰস, ইন্দু বটি, আমলখি বিষটিকীবটি।