পৃষ্ঠা:Su swasthyar aadhar.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এপিষ্টেক্সিস (নাকৰ পৰা হােৱা তেনেবােৰত শুকানকৈ চাফা কৰা হয় আৰু ৰক্তক্ষৰণ)-(Epistaxis) কর্ণধূপন(ঔষধিযুক্ত সেক) দিয়া হয়। এই অৱস্থাত বা ৰােগটিত নাকৰ ৰােগীজ নক কাণত পানী ভিতৰৰ পৰা তেজ ওলায়। এই ৰােগক নােসােমাবলৈ সাৱধনতা অৱলম্বন নাসাগত ৰক্তপিত্ত বুলি আয়ুর্বেদত কৰিবলৈ দিয়া হয় আৰু সাতোৰ আদিৰ নামাকৰণ কৰিছে। পৰা বিৰত থাকিবলৈ দিয়া হয় লগতে এই ৰােগত নাকৰ ভিতৰৰ পৰা তেজ পুষ্টিকৰ আহাৰ খাবলৈ কোৱাহয়। ওলােৱা স্থানসমূহত ক্ষাৰকৰ্ম কৰিব পাৰি। আৰগাড়ি তৈলৰে কর্ণপথ চাফা নাকৰ ভিতৰত ঔষধি প্রয়ােগ অর্থাৎ নস্য কৰি শম্বুকাদি তৈল কাণত দিলে সুফল কর্মও উপযােগী হয়। যেনে-গাখীৰ আৰু পােৱা যায়। মুখেৰে খােৱা ঔষধি যেনে চেনী, ঘি ইত্যাদি দিব পাৰি। নিম্বাদি গুগ্নলু, চন্দ্রপ্রভা বটি, গুড়চ্যাদি নাকৰ পৰা হােৱা ৰক্তক্ষৰণত দুর্বা লৌহ আদি দিয়াহয়। অর্থাৎ দুবৰিৰ ৰসও যথেষ্টফলপ্রসু হয়। বধিতা বা কাণেৰে কম শুনা - ৰােগীজনৰ আন ৰােগ আছে নেকি (Deafness) পৰীক্ষা কৰিব লাগে। যেনে- কাণেৰে কমকৈ শুনা বা বধিতা হাইপাৰটেনছন বা হাইপ্ৰেছাৰ আৰু মানুহৰ জন্মগতভাৱে থাকিব পাৰে নাইবা শিশুসকলৰ ক্ষেত্ৰত নাক খুচৰি থাকিবলৈ আর্জিত অর্থাৎ একুইয়ার্ড হ’ব পাৰে আৰু দিব নালাগে।এই ক্ষেত্ৰত বিশেষ ধ্যান দিব ইয়াৰ মাত্রা বিভিন্ন হ'ব পাৰে। বিস্তৃতভাৱে লাগে। কামদুধা ৰস, বল পৰ্পটি, চন্দ্রকলা ইয়াক দুটা ভাগত ভগাব পাৰি যেনে শব্দ ৰস, বাসাঅবলেহ ইত্যাদি ঔষধি ৰােগত পৰিবাহী বধিৰতা (কণ্ডাক্টিভ হিয়েৰিং উপযােগী হয়। লছ) যত কর্ণ পথত হােৱা বাধাৰ কাৰণে কমকৈ শুনা পায় আৰু অনুভৱ ক্ষমতা কাণৰ সাধাৰণতে হৈ থকা ৰােগসমূহ- কমি যােৱা বা ছেনছৰি নিউ ৰেল কাণৰস্ৰাৱ -(0torrhoea) হিয়েৰিংলছ য'ত অন্তঃ কর্ণত হােৱা কাণৰ ভিতৰত হােৱা বিভিন্ন ৰােগ বা ৰােগৰ কাৰণে কমকৈ শুনা পায়। অৱস্থাৰ কাৰণে কাণৰ স্ৰাৱ হ'ব পাৰে। আয়ুর্বেদত ৰােগটোক বাধিৰ্য্য নামেৰে এইবােৰ বহিঃকর্ণ পৰা মধ্য কর্ণলৈকে নামাকৰণ কৰা হৈছে। হােৱা বিভিন্ন ৰােগৰ কাৰণে হ'ব পাৰে শব্দ পৰিবাহী বধিৰতাত কর্ণপথত কিন্তু তাৰ ভিতৰত অন্যতম হৈছে হৈ থকা বাধা আতৰােৱা হয় যেনে অটাইটিছ মেডিয়া-একিউট আৰু ক্রনিক। কণামেকুৰীচাফা কৰা,বাহিৰা বস্তু, ভেকুৰ আয়ুর্বেদত ইয়াক কর্ণস্ৰাৱ বুলি নামাকৰণ আদি কর্ণ পথৰ পৰা বাহিৰ কৰা। এনে কৰিছে। কৰিবলৈ কর্ণধূপন, কর্ণপ্রমার্জন, মল যিবােৰ অটাইটিছ মেডিয়া নিৰাপদবা নিৰহৰণ আদি কৰা হয়। লগতে কিছুমান বেছি সংক্রমনৰ সম্ভাৱনা নাথাকে ক্ষেত্ৰত ছাৰ্জাৰীৰ দৰকাৰাে হয়।