পৃষ্ঠা:Su swasthyar aadhar.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাৰাও দেহৰ ৰােগ প্ৰতিৰােধ ক্ষমতাও (বিশেষকৈ নিমখ পানীৰ জলনেতি) নাক বঢ়ায়। তেনে কিছুমান ঔষধি হৈছে আৰুনাকৰ ছাইনাছ সমূহ ৰােগৰ পৰা মুক্ত লক্ষ্মীবিলাস ৰস, সঞ্জীবনী বটী, চিত্রক হৈ থাকে। হৰিতকি, হৰিদ্ৰা খণ্ড ইত্যাদি। তেনেদৰে ঔষধিযুক্ত ধূমপান ছাইনাছ ছাইনাছাইটিছ-(Sinusitis) ৰােগৰ চিকিৎসা তথা ৰােধৰ কাৰণে দুয়াে পেৰানেজেল ছাইনাছ সমূহ হৈছে। ক্ষেত্রতে এটি লাভদায়ক উপায়। ৰােগীয়ে বায়ুভর্তি কিছুমান খালী গহ্বৰ বা কেভিটি ঠাণ্ডা, বতাহ, ধূলি, পিছল খাদ্যবস্তু ইত্যাদি বর্জন কৰিব লাগে। যিবােৰ মানুহৰ লাওখােলাটোত অৱস্থিত আৰু ইয়াৰ অধিক অংশই নাকৰ ছাইনাছাইটিছৰ কাৰণে ব্যৱহাৰ কৰা চাৰিওফালে থাকে। এই ছাইনাছসমূহ কিছুমান আয়ুর্বেদিক ঔষধ হৈছে- সহজে সংক্রমণ হয় আৰু এই সংক্ৰমণক লক্ষ্মীবিলাস ৰস, ত্রিভুৱনজিটি ৰস, দুটা ভাগত ভগােৱা হৈছে একিউট পঞ্চামৃত ৰস, ষড়বিন্দু তেল (নাকও দিবৰ (Acute) আৰু ক্রনিক (Chronic) আৰু কাৰণে),কাটফলচূর্ণ, ছাৱনপ্রাশইত্যাদি। এই ভাগ দুটা সংক্রমণৰ সময়ৰ ওপৰত নাক বন্ধ হােৱা -(Nose Congestion) নিৰ্ভৰ কৰি কৰা হৈছে। নাক বন্ধ বিভিন্ন কাৰণত হ'ব পাৰে এই ৰােগৰ লক্ষণসমূহ হৈছে নাক তাৰে কিছুমান অস্থায়ী আৰু কিছুমান। বন্ধ হােৱা, মূৰৰ বিষ আৰু চাৰিওফালে স্থায়ী কাৰণ হয়। আয়ুর্বেদিকত এই বিষ হােৱা নাকৰ পৰা পানী ওলােৱা, কাহ অৱস্থাটোক নাসানাহ বুলি নামাকৰণ ইত্যাদি বেলেগ বেলেগ মাত্ৰাত হােৱা কৰিছে।নাক বন্ধ হৈ থকা যিবােৰ ৰােগত দেখা যায়। এই ৰােগবিধক ইয়াৰ লক্ষণ ছাৰ্জাৰী কৰিব নােৱাৰি তেনে ৰােগসমূহত অনুসৰি আয়ুর্বেদিকত এক প্ৰকাৰৰ আয়ুর্বেদিক চিকিৎসা পদ্ধতি ফলপ্রসু হয়। প্রতিশ্যায় বুলি নামাকৰণ কৰিছে। নস্য কর্ম, ধূমপান, নেতি ক্রিয়া আদি তীব্রভাৱে বা একিউট অৱস্থাত আয়ুর্বেদিক চিকিৎসা পদ্ধতিসমূহ নাক আয়ুর্বেদত ইয়াৰ প্ৰতিকাৰ হৈছে লংঘন বন্ধ হােৱা অৱস্থাটিৰ কাৰণে যথেষ্ট আৰু দীপন-পাচন অর্থাৎ লঘােণে থকা, ফলপ্রসু হয়। যেতিয়া নাকৰ বেৰসমূহ হজম শক্তি বঢ়োৱা ঔষধি প্রয়ােগ। ইয়াৰ (নেজেল টার্বিনেট) ফুলি উঠে তেতিয়া লগতে সেক লােৱা, ঔষধিযুক্ত ধূমপান, ক্ষাৰকৰ্মৰ দ্বাৰা ইয়াৰ আকাৰ সৰু কৰিব গৰম পানী খােৱাৰ তথা আদা, গাখীৰ পাৰি আৰু নাক বন্ধ হােৱাৰ পৰা সকাহ তুলসী, গুৰ ইত্যাদি ব্যৱহাৰ কৰিও সুফল দিয়ে। পাব পাৰি। প্রতিশ্যায় ৰােগটিৰ কাৰণে যিসমূহ ক্রমিক অৱস্থাত নস্যকর্ম কৰা হয়। প্রতিকাৰ দিয়া হৈছে সেই সমূহও এই ছাইনাছাইটিছ ৰােধ কৰাৰ কাৰণে আৰু অৱস্থাটিৰ কাৰণে ফলপ্রসু হয়। যেনে- সুস্থ নাকৰ বাবে আন এটি যােগবিদ্যাৰ ঠাণ্ডা, বতাহ, ধূলি, এলাৰ্জিৰ কাৰক কৌশল হৈছে নেতি ক্রিয়া কৰিলে। ইত্যাদিৰ পৰা দূৰত থকা।