পৃষ্ঠা:Su swasthyar aadhar.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শালক্য চিকিৎসা। কাণ, নাক, ডিঙি, মূৰতথাদাঁতৰ ৰােগ কান, নাক, কণ্ঠ, মূৰ আৰু ডিঙিৰ ভিতৰত খজুৱতি হােৱা, নাকৰ পৰা লগতে মুখ গহ্বৰ আৰু দাঁতৰ ৰােগসমূহ। পানীপৰি থকা ইত্যাদি লক্ষণ সমূহে দেখা মানৱ জীৱনৰ সাধাৰণতে হৈ থকা দিয়ে। এই ৰােগক আয়ুর্বেদত প্রতিশ্যায় ৰােগসমূহৰ ভিতৰত অন্যতম। বুলি নামাকৰণ কৰিছে। এলার্জেনসমূহ আয়ুর্বেদিক চিকিৎসা পদ্ধতিৰ হৈছে ধূলি, ফুলৰ ৰেণু, ঘৰৰ ভিতৰত জমা হৈ থকা ধূলি, কিছুমান খাদ্য যেনে কণী, শালক তন্ত্র নামৰ বিভাগটোত চকুৰ মাছ, মিছামাছ আৰু অন্ত্ৰত থকা কৃমি ৰােগৰ লগতে এই ৰােগসমূহৰ বিৱৰণ ইত্যাদি। পােৱা যায়। এলার্জিক ৰাইনাইটিছৰ কাৰণে কাণ, নাক, মূৰ আৰু ডিঙিৰ লগতে আটাইতকৈ ফলপ্রসু চিকিৎসা হল মুখ গহবৰ তথা দাঁতৰ ৰােগসমূহত এলার্জি উৎপন্ন হ’বপৰা কাৰণসমূহৰ পৰা আয়ুর্বেদিকচিকিৎসাযথেষ্টফলপ্রসসু হয়। আঁতৰি থকা নস্য কৰ্মৰদ্বাৰা এই ৰােগটিৰ নাক আৰু চাইনাছৰ সাধাৰণতে হৈ থকা পৰা সকাহ পাব পাৰি। নির্বাচিত ঔষধৰ ৰােগসমূহ : এলার্জীক ৰাইনাইটিছ - দ্বাৰা নস্য কর্ম কৰিলে ই নাকৰ ভিতৰত (Allergic Rhinitis) শেস্মিক বেৰসমূহক এলার্জেনৰ কাৰণে এই ৰােগবিধ এলার্জীৰ সংস্পৰ্শলৈ অনুভূতিহীন কৰি তােলে আৰু ইয়াৰ দ্বাৰা আহিলে হয়। এই ৰােগত এলার্জীসমূহে স্বেদন কর্মইও এই ৰােগটিৰ পৰা সকাহ তাৰ ফলত অনবৰতে হাঁচি অহা, নাকৰ দিব পাৰে। বহুতাে আয়ুর্বেদিক ঔষধৰ