পৃষ্ঠা:Su swasthyar aadhar.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খাদ্যবােৰেই আমাৰ ঔষধি হিচাবে কাম কৰদৈ, ৰহদৈ, ৰবাব টেঙা, কুজীঠেকেৰা, দিছিল। কাতচিৎ ৰােগ জটিল হলেহে বৰঠেকেৰা, চকলা টেঙা ইত্যাদি। ইয়াৰে ডাক্তৰৰ পৰামৰ্শ ল'বলগীয়া হৈছিল। কিছুমান মুখ্য ফল আৰু কিছুমান গৌণ অসমৰ জলবায়ুত হােৱা কেতবােৰ থলুৱা ফল। বহুতাে ফল এতিয়া দুষ্প্রয় হৈ ফলমূল হৈছে লেতেকু, পনিয়ল, কলা পৰিছে। কৃত্রিম ৰাসায়নিক সাৰ, জামু, বগী জামু, আম, কঁঠাল, কল, মধুৰী, কীটনাশক দ্ৰব্যৰ দ্ৰব্যৰ সংস্পৰ্শৰ পৰা দূৰ ডালিম, বগৰী, আহােম বগৰী, জলফাই, হােৱা বাবে এই থলুৱা ফলমূলবােৰ নুনী, থেৰেজু, নগা টেঙা, মিৰিকা টেঙা, স্বাস্থ্যৰ বাবে অতি উপকাৰী। সকলােৰে কৰজা টেঙা, অমৰা, আতলাছ, চিৰাল, প্রিয় কেইবিধমান থলুৱা ফলমূলৰ বেল, বণপিঠা, কপালফুটা, গৰখীয়া বন, গুণাগুণ তলত দিয়া হৈছে— লেতেকুঃ টেঙা-মিঠা সােৱাদকৃত লেতেকুত প্ৰচুৰ পৰিমাণে ভিটামিন চি, আইৰণ আদি আছে। লেতেকুৰ চৰ্বত প্রসাবৰ বাবে উপকাৰী। পনিয়ল ঃ পনিয়লৰ গছ কাইটীয়া জোপােহা। পকিলে হাতেৰে মােহাৰি মােহাৰি কোমলাই খালেহে মিঠা হয়, নহলে কেঁহা কেঁহা লাগে। প্ৰচুৰ পৰিমাণে আই ৰণ থকা বাবে ৰক্তহীনতাত উপকাৰী। মধুৰী ও মধুৰীৰ বহুত প্ৰকাৰৰ পােৱা যায়, কোনােবিধ বেছি মিঠা, কোনােবিধ কম মিঠা। আই ৰণ, আহ, ভিটামিন চি, এনটিঅকচিডেন্ট থকা বাবে মধুৰীয়ে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে, উচ্চ ৰক্তচাপ কলেষ্ট্রৰল সমস্যা, কৌষ্ঠকাঠিন্য আদিত উপকাৰী। ই কেঞ্চাৰ ৰােগৰ 1 ৪৬