পৃষ্ঠা:Su swasthyar aadhar.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ থলুৱা ফল-মূল অসমৰ থলুৱা ফলমূল বুলিলে কবি আনন্দচন্দ্ৰ আগৰৱালাৰ এই কবিতা ফাকিলৈ মনত পৰে। শৈশৱ কালত লেতেকু, পনিয়ল, জলফাই, বগৰী, জামু, ডালিম, লিচু, নগাটেঙা, মিৰিকা টেঙা আৰু বহুতাে ফলমূলৰ গছ। ফলমূলৰ সােৱাদ ল’বলৈ পােৱা যায়। আছিল। আঘােনমহীয়া পথাৰত সেইবােৰৰ সােৱাদ যেন সদায় জিভাত ডাৱনীয়ে কপালত নিমখ, জলকীয়া, লাগি থাকে। স্কুল ছুটীৰ পিছত লােকৰ তেল দি ৰবাব টেঙাৰ জুতি লৈছিল। বাৰীয়ে বাৰীয়ে জলফাই, বগৰী, মধুৰী, বেমাৰ-আজাৰ হ'লেও এই বােৰ লিচু বিচৰাৰ মধুৰ ৰােমাঞ্চকৰ অভিজ্ঞতা ফলমূলকে দৰৱ হিচাবেও খুৱাইছিল। আজিৰ প্ৰজন্মৰ নিশ্চয় নাই। আগৰ দিনত কেতিয়াবা পেটৰ অসুখ হলে মাঁকে ফলমূল বুলিলে এই থলুৱা ফলমূলৰ কেঁচা মধুৰী, ডালিমৰ ৰস খুৱাইছিল কথাহে বুজিছিল, বজাৰৰ কিনা ফলমূলৰ নাই বা অমৰা খাবলৈ দি ছিল। সােৱাদ লােৱাটো দূৰৰে কথা। সেই ৰক্তহীনতাত ভােগা যেন দেখিলে সময়ত মানুহবােৰাে খুব কর্মী আছিল ডালিম, পনিয়ল খাবলৈ দিয়া হৈছিল। আৰু সকলােৱে খেতি কৰিছিল। আজিৰ ঠিক তেনেকৈ জণ্ডিচ হলে কুঁহিয়াৰ ৰস দৰে মাটিৰাে অভাৱ নাছিল। গাঁৱৰ খাবলৈ দিছিল। থলুৱা খাদ্যৰ খােৱাৰ বাবে প্রত্যেকৰে ঘৰে ঘৰে আম, কঠাল, জামু, আমাৰ শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতাও বগৰী, ডালিম, মধুৰী আদি বিভিন্ন প্ৰৱল আছিল যাৰ বাবে এই থলুৱা ৪৫