পৃষ্ঠা:Su swasthyar aadhar.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫) নৰসিংহ পাত ঃ সুন্দৰ গােন্ধ যুক্ত এইবিধ শাকত প্ৰচুৰ পৰিমাণ A ভিটামিন, আইৰণ, কেলচিয়াম, ফচফৰাছ, এন্টিঅক্সিডেন্ট আদি আছে। আয়ুর্বেদ মতেইদীপন, পাচন, নােচন গুণবিশিষ্ট।নৰসিংহডায়েবেটিছ, দেবহুলতা, কলেষ্ট্ৰল সমস্যা, হাড়ৰ গঠনত, ছাল চুলিৰ সৌন্দর্য বর্ধনত উপকাৰী। ইয়াক আমিষ বা নিৰামিষ আঞ্জা, চাটনি বা বৰা হিচাবে বনাই খাব পাৰি। ৬) মচৰাৈমচন্দৰিশাকঃপাতৰ গােন্ধ কেঁচা মাছৰ দৰে লাগে। গ্ৰহণী, অতিপাত উদৰ ৰােগ, লিভাৰৰ বিভিন্ন অসুখত এইবিধ উত্তমপথ্য পাতত দি সেকিবা আঞ্জাবনাই খাবলৈ সােৱাদজনক। ৭) ঢেকীয়াশাকঃপ্রতিজন অসমীয়াৰ প্রিয় শাক ঢেকীয়া শাক। প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন আইৰণ, আহ, কেলচিয়াম, ফচফৰাছ এন্টিঅক্সিডেন্ট থকা বাবে কৌষ্ঠকাঠিন্য, ডায়েবেটীচ জণ্ডিচ, ফেটি লিভাৰ আদিত উপকাৰী, হাড়ৰ গঠন, ছাল, চুলিৰ সৌন্দৰ্য্যবর্ধনকৰাতােসহায় কৰে। ৮)কলমৌশাকঃবিভিন্ন প্ৰকাৰৰ ভিটামিন, আইৰণ, কেলছিয়াম, ফছফৰাছ, মেগ-নেছিয়াম, জিংক আদি থকা বাবে জণ্ডিচ, কলেস্ট্রল, মেদবহুলতা, ডায়েবেটিছ, স্ত্রী-পুৰুষজনীত ৰােগ, কৌষ্ঠকাঠিন্য, নিদ্রাহীনতা আদিত উপকাৰী। সন্তানহীন দম্পত্তিয়ে মাগুৰ, শিঙি আদি মাছেৰে কলমৌ শাকৰ আঞ্জা বনাই খােৱাতােঅতিউত্তম।