পৃষ্ঠা:Su swasthyar aadhar.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাস্থ্য ৰক্ষা আৰু ৰােগ প্ৰতিৰােধত থলুৱা বন শাকৰ ভূমিকা প্রকৃকিৰ ৰম্যভূমি অসম খন বিভিন্ন সংৰক্ষণ কৰি বিবিধ ব্যঞ্জনত ব্যৱহাৰ কৰা ঔষধি গছেৰে ভৰপুৰ। আমাৰ পৰ্বপুৰুষ হয়। ঠিক তেনেকৈ বাঁহৰ গছ, তৰাৰ সকলে এই অমূল্য সম্পদৰাজিক চিনি গজালি, বেলগছাে সুস্বাদ থলুৱা খাদ্য। পাইছিল। আৰু এইবােৰ খাদ্য হিচাপে বা ঔষধি গুণেৰে ভৰপুৰ এইবােৰ খাদ্যৰ বনৌষধি হিচাপে ব্যৱহাৰ কৰি নিৰােগী গুণাগুণ কৈও শেষ কব্বি নােৱাৰি৷বহাগৰ হৈ আছিল। অসমীয়া পৰম্পৰাগত থলুৱা সাত বিহুত সাত শাকী বা এশ এবিধ খাদ্য সম্ভাৰৰ ভেদাইলতা, নৰসিংহ, বনশাকৰ আঞ্জা খােৱা পৰম্পৰাটো বহু মানিমুণি, বন জালুক, খুতুৰা, মৌচন্দৰী, বিজ্ঞান সম্মত এইবিধ আঞ্জা গােটেই ঢেকীয়া, কঁচু, মাটি কাদুৰী, পনৌনৱা, বছৰৰ এই বিশেষ দিনটোতহে কিয় খােৱা দোৰােণ, পচতিয়া, টেঙামৰা, চেংমৰা, হয় সেয়াও বিচাৰ কৰিবলগীয়া। বসন্ত আদি বিভিন্ন বনশাকৰ পয়ােভৰ দেখা কালত গছে কুঁহিপাত সলায় আৰু এই পােৱা যায়। আনফালে আকৌ খৰিছা, সময়ত থলুৱা বনশাকসমূহৰ ওষধি গুণ বেলগছ, পানিছেঙা, শুকতিৰ পৰা আৰম্ভ বৃদ্ধি হয়। বছৰেকৰ মূৰত এদিন খােৱা কৰি খাৰ, খাৰলি লৈকে নান প্ৰকাৰৰ সুস্বাদু এইবিধব্যঞ্জনেআমাকনানা ৰােগৰপৰাবচাই আৰু স্বাস্থ্যবর্ধক খাদ্যসম্ভাৰ। খাৰ খােৱা ৰাখে। অসমীয়া খাদ্য সম্ভাৰৰ লগত জড়িত অসমীয়া, নামটোৱে অসমীয়া জাতিয়ে সহজলভ্য চিৰপৰিচিত নিম্ন উল্লেখিত খাৰ খােৱা কথাষাৰকে প্রমাণ কৰে। থলুৱা বনশাকে স্বাস্থ্য ৰক্ষা আৰু ৰােগ ভীমকলৰ বাকলি শুকুৱাই বা ভীমকলৰ প্ৰতিৰােধকত যথেষ্ট ভূমিকা পালন কৰে। মধুনাৰ পৰা খাৰ প্ৰস্তুত কৰি সেই খাৰ যেনে- ১) বৰ মানিমুনিঃ সংস্কৃত নাম মন্দুকপর্ণি। আয়ুর্বেদ শাস্ত্র মতে মানিমুনি এবিধ উৎকৃষ্ট ৰসায়ন। এই বিধ শাক স্মৃতিশক্তিবর্ধক, বিভিন্ন প্ৰকাৰৰ স্মায়ুজনীত ৰােগ, উন্মাদ, অপস্মাৰ, পেটৰ বিভিন্ন সমস্যা যেনে ডায়েৰীয়া, ডিচেন্ট্রি আদিত উত্তম পথ্য। মানিমুনি শাক চাটনি হিচাপেবামাছৰ লগত জালুকীয়া আঞ্জা বনাই খাব পাৰি। মানিমুনি, বনজালুক, ভেদাইলতা আদিৰে বনােৱা জালুকীয়া আঞ্জাপ্রসূতিস্ত্রীৰবাবেঔষধিব্যঞ্জন। ৩৭