পৃষ্ঠা:Su swasthyar aadhar.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থকা বিভিন্ন গৱেষণা সমূহৰ পৰাও প্রমাণিত হৈছে যে এই ধাতুবােৰৰ সুক্ষ্ম ভষ্ম অমৃততুল্য ৰােগ নাশক অথবা দীর্ঘায়ু কাৰক। এইবােৰ ধাতু ক আয়ুর্বেদিক ঔষধি ৰূপত ব্যৱহাৰ কৰি লাভান্বিত হ’ব পাৰি । ১) সুবর্ণ বা স্বর্ণ ও সুর্বন ধাতু বিভিন্ন পদ্ধতিৰে শােধন কৰি ধাতু ভষ্ম তৈয়াৰ কৰি বিভিন্ন পৰীক্ষাৰ উল্লেখিত দ্রব্য সমূহক একক দ্বাৰা ব্যৱহাৰৰ উপযােগী হিচাপে অথবা অন্য বনৌষধি মিশ্রন ঘটাই {test of perfection) প্রমাণ হােৱাৰ সঠিক মাত্ৰাত বিভিন্ন ৰােগ নিৰাময়ৰ পিছত ইয়াক ঔষধি ৰূপে একক বা কাৰণে প্রয়ােগ কৰা হয়। এই ঔষধি যৌগিক ৰূপত অতি সুক্ষ্ম মাত্ৰাত মিশ্রণবােৰক ৰসায়ন (anti oxidant), ব্যৱহাৰ কৰা হয়। আজি কালি। বাজী ক ৰণ (a phrodisia c), মিঠাইৰ প্রলেপ হিচাপেও ধাতু সুক্ষ্ম জীৱাণুনাশক (antibiotic), অর্বুদ চূর্ণ ব্যৱহাৰ কৰা হয়। ইয়াৰ সেৱনে নাশক (antic ancer), ৰােগ মানুহৰ আয়ু, বল, বীৰ্য্য, কান্তি আদি প্ৰতিৰােধক (Immunity Boster) বিভিন্ন প্ৰকাৰৰ শাৰীৰিক বিকাৰ। আদি বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। চর্মৰােগ, শ্বাস, কাহ, হদ ৰােগ, আয়ুর্বেদ ঔষধত নানা প্রকাৰৰ ৰক্তজ ৰােগ আদিত সুফল পােৱা ধাতুৰ প্ৰয়ােগ বৈদিক যােগৰ পৰা যায়। স্বর্ণ প্রাশন এক চিকিৎসা প্রচলিত হলেও অষ্টম শতিকাত পদ্ধতি। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত প্রখ্যাত ধাতুবিদ নাগার্জুন দেৱৰ দ্বাৰা ইয়াৰ সফল প্রয়ােগ আৰম্ভ কৰা দ্রুত প্রসাৰিত হৈছিল। সেই সময়ত হৈছে। যিয়ে নৱজাতকৰ শৰীৰত সােণ, ৰূপ, তন্ত্র, লােহা, যশদ হ’ব পৰা মাৰাত্মক ব্যাধি বিলাকৰ (জিংক) সিহা, টিন আৰু অন্যান্য কাহ, প্ৰতিৰােধ ক্ষমতা অর্জন কৰিব পাৰে। পিতল আদি মিশ্র ধাতুৰ উন্নত শােধন ২) ৰূপ অথবা ৰূপ ঃ ৰূপ বা অন্যান্য সংস্কাৰ কৰি ভস্ম ৰূপে ধাতুক বিভিন্ন সংস্কাৰ শােধন ৰূপান্তৰিত কৰি বিভিন্ন অনু পান আৰু মাৰণ কৰি (যােগবাহী)ৰ লগত মিলাই অতি সুক্ষ্ম ভষ্ম (চূর্ণ) ৰূপ মাত্ৰাত ৰােগ অনুযায়ী ব্যৱহাৰ কৰা দি যাই হৈছিল। আধুনিক চিকিৎসা পদ্ধতিতে মানুহৰ লােহা (Iron), তাম্র (Copper), যশদ ব্যাধি (Zinc) আদিৰ প্ৰচলন বজাৰত পূর্ণ নাশ মাত্ৰাই চলি আছে। সময়ে সময়ে চলি