পৃষ্ঠা:Su swasthyar aadhar.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আয়ুর্বেদীয় চিকিৎসাত ৰস ঔষধিৰ ভূমিকা আয়ুর্বেদিক চিকিৎসা পদ্ধতিত ৰস, ৰত্ন উপৰত্ন, সুধাবর্গ আদি নামেৰে বনৌষধিৰ উপৰিও অনেক প্রকাৰৰ নামাকৰণ কৰা হৈছে। খনিজ আৰু প্রাণীজ উপাদান ব্যৱহাৰ ৰস - পাৰদ (Mercury) বা ৰস কৰা হয়। এই সমূহ নানান সংস্কাৰ বুলিও জনা যায়। ইয়াক বেছি ভাগ প্রণালীৰে পৰিশােধন কৰি দৈহিক আয়ুর্বেদীয় ঔষধিতে এক বিশেষ শােধন, কোষত কাৰ্য্যক্ষম হব পৰাকৈ প্ৰস্তুত কৰা ভাবনা, ভষ্মীকৰণ, সংস্কাৰ আদি কৰাৰ হয়। এইবােৰ নানা সংস্কাৰ প্রণালীৰে পিছত ঔষধি উপাদান হিচাপে প্রয়ােগ কৰা পৰিশােধ নকৰি দৈহিক কোষত উন্নত হয়। ইয়াৰ গুণগত মান বিভিন্ন গৱেষণাৰ হব পৰাকৈ প্ৰস্তুত কৰা হয়। বিভিন্ন দ্বাৰা প্রমাণিত হৈছে। সাধাৰণতে মানুহৰ গৱেষণাত পাৰ্থিৱ উ পাদানেৰে মাজত যদিও ইয়াৰ প্ৰয়ােগত কিছু ভ্রান্ত প্রস্তুতকৰা মিশ্ৰণত পৰিশােধনৰ পিছত ধাৰণা আছে কিন্তু বৈজ্ঞানিক পৰীক্ষণৰ বিষক্রিয়া নােহােৱাতাে প্রমাণিত হৈছে। পাছত তাক মহৌষধ হিচাপে বিবেচিত এই উপাদান সমুহক ৰসশাস্ত্রীয় ভাষাত হৈছে। ইয়াৰ বাহিৰে অন্য ব্যৱহৃত উপাদান। ৰস, (পাৰদ), মহাস, উপস, সাধাৰণ সমূহৰ কিছুসংক্ষিপ্ত ব্যাখ্যা দিয়া হল- ক্রমিক নং নাম ১ মহাস ইংৰাজী নাম Mica Tourmaline Chalcopyrite Iron pyrite অপ্রক বৈক্রান্ত মাক্ষীক বিমল শিলাজতু ৰাসায়নিক সংকেত Ferro-magnesium K0A1,03, 6SiO2 Cu,S,Fe,S, Fe.S ২ 8 CuSo 7H,0 সস্যক (তুতীয়া) চপল। Black bitumen or mineral pitch Copper sulphate Bismuthoe Zinc ore/calamine ৭ b- ZnCo ২৪