পৃষ্ঠা:Su swasthyar aadhar.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্রয়ােদশ প্রকাৰৰ অধাৰণীয় বেগ উল্লেখ ধাৰণীয় বেগ (Suppresible mental কৰিছে urges) ১)মূত্র (Urine)

  • মন, বচন, আৰু কৰ্ম মনত উদ্ভৱ

২)পুৰীষ (Faces) হােৱা কুপ্রবৃত্তি যেতিয়া বাক্য আৰু কামৰ দ্বাৰা কৰা হয় তাকে অবাঞ্চনীয়। ৩) অধােবাত (Flatus) কর্মবুলি আচাৰ্য সকলে কৈছে। ৪) বমন (Vomiting)

  • লােভ, মােহ, শােক, ভয়, ক্রোধ,

৫) ক্ষুবথু (Sneezing) অহংকাৰ, নির্লজ্জতা, ঈর্ষা, অতিৰাগ, ৬) উগাৰ (Eructation) অতিদ্রোহ অর্থাৎ পৰধনৰ প্রতি ইচ্ছা ৭) জ্বম্ভা(Yawning) বা মােহ আদি মনৰ বেগ ৰােধ কৰা ৮) ক্ষুধা (Hunger) প্রয়ােজনীয়। a)ozet (Thirst)

  • অত্যন্ত কঠোৰ বাক্যৰে আনৰ মনত

১০)অশ্রু (Tears) দুঃখ দিয়া, অসত্যৰ আশ্রয় লােৱা তথা অসময়ত যিকোনাে কথা ১১)নিদ্রা (Sleep) কোৱাৰ প্ৰৱণতা আদি বাণীবেগ ৰােধ ১২) শ্রমজন্য শ্বাস (hurried respiration কৰা প্রয়ােজন। due to labour) ১৩)বীর্য (Semen)।

  • শৰীৰৰ সকলাে প্রবৃত্তি যিয়ে আনক

উক্ত অধাৰণীয় বেগ সমূহ পীড়া দিয়ে বা পৰস্ত্রী সম্ভোগৰ আসক্তি, হিংসা, বলাকাৰ আদিৰ শৰীৰে ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে কেতিয়াবা ধাৰণ কৰিলে শৰীৰত নানাবিধ দৰে শাৰীৰিক বেগ মনলৈ আহিলে ৰােগ উৎপন্ন হয়। তাক ধাৰণ কৰা উচিত।