পৃষ্ঠা:Su swasthyar aadhar.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিৰত লেপ প্রয়ােগ আৰু শিৰধাৰা আদি ব্যৱহাৰিক দৃষ্টিৰ পৰা সময়-সময় ব্রত- অন্যান্য চিকিৎসাৰ প্ৰয়ােগ কৰাহয়। উপবাস কৰিলে শৰীৰৰ অগ্নি প্রদীপ্ত হয় ব্রহ্মচর্য্যঃ আৰু স্বাস্থ্যৰ ওপৰত সু-প্ৰভাৱ পৰে। উপবাস পুণ্যপ্রদ, আমােদোষহ ৰ, ব্রহ্মচর্য্য তিনি উপস্তম্ভৰ তৃতীয় মহত্বপূর্ণ উৎসাহদায়ক তথা ইন্দ্রিয়প্রসাদক। অংগ। ব্রহ্মচর্য্য মানে- ব্ৰহ্মৰ অর্থ জ্ঞান। সেয়েহে প্রত্যেক ব্যক্তি যথাসময়ত বিধি গতিকে জ্ঞান চর্চা আৰু আনহাতে ইয়াৰ পূর্বক উপবাস কৰিলে ধার্মিক তথা স্বাস্থ্যৰ গুঢ়ার্থ হ’ল বীর্য সংৰক্ষণ যাৰ পৰাশৰীৰত দিশত প্রভূত লাভ হয়। শক্তি সংৰক্ষণ হয়। অষ্টাংগ যােগৰ সামান্যতঃ নৈতিক শিক্ষাৰ অংগ য়ম-নিয়মৰ অন্তর্গত। ইয়াতে মনৰ নিয়ন্ত্রণ, উদ্দেশ্য উপবাসব্রত দুই প্রকাৰৰ- সাধন, ত্যাগ আদিৰ ওপৰত গুৰুত্ব দিয়া ১।নিহাৰ। হয়। অত্যাধিক মৈথুনৰপৰা মানুহে যি দৰে শক্তি হেৰুৱাই আৰু লগতে ভাৰসাম্য ২। ফলাহাৰ। হেৰুৱাই, শৰীৰ অস্থিৰ আৰু দূর্বল হয় উক্ত দুয়ােটা উপবাস ব্রত হিচাপে তাৰ বিপৰীতে বিধিপূর্বক স্বপত্নীৰ সৈতে প্রচলিত আছে। কিন্তু নিৰাহাৰ ব্ৰত শ্রেষ্ঠ মৈথুন ক্রিয়াই মানুহক উৎসাহ দিয়ে বুলি অভিহিত কৰিছে, ইয়াৰ অভাৱে লগতে প্রমেহ, মেদ বৃদ্ধি আদি ৰােগ ফলাহাৰ ব্ৰত সেৱনীয় বুলি শাস্ত্ৰত কৈছে। নিয়ন্ত্রণ কৰে আৰু শৰীৰত শিথিলতা নিৰাহাৰ ব্ৰত সজল আৰু নির্জল ভেদে দুই (Lightness) উৎপন্ন কৰে। ব্রহ্মচর্য্যৰ প্রকাৰৰ। মানুহৰ নিজৰ প্রকৃতি, বয়স, আঠটা অংগ। (১) স্মৰণ, (২) কীৰ্ত্তন, শাৰিৰীক শক্তি, কাল আৰু সাত্মাদি বিচাৰ (৩) কেলি, (৪) প্রেক্ষণ, (৫) গুহ্যভাষণ, কৰিব্ৰত বা উপবাস পালন কৰা উচিত। (৬) সংকল্প, (৭) অধ্যাৱসায়, (৮) মৈথুন ধাৰণীয় আৰু অধাৰণীয় বেগ ক্রিয়া। এই আঠ অংগ অনুসৰণ কৰিলে (Suppresible and non suppresible শৰীৰ আৰু মন অসুস্থ হয়। ইয়াৰ বিপৰীত urges) : আচৰণক ব্রহ্মচর্য্য কোৱা হয় যাৰ দ্বাৰা আয়ুর্বেদ সংহিতাবােৰত স্বাস্থ্য আয়ুস, আৰােগ্য আৰু সুখ-সৌন্দর্য্য প্রাপ্তি সংৰক্ষণৰ বাবে আৰু ৰােগ নিবাৰণৰ বাবে হয়। কিছুমান শাৰীৰিক আৰু মানসিক বেগ উপবাসঃ নিয়ন্ত্রণ নিদের্শ দিছে। মানৱ শৰীৰৰ পৰা ভাৰতীয় জীৱন চৰ্য্যত ব্ৰত- স্বাভাৱতঃ কিছুমান বেগ উৎপন্ন হয়, উপবাসৰ বিশেষ মহত্ব আছে। যদিও সেই সমূহৰ ভিতৰত মূলতঃ কিছু ইয়াৰ অনুপালন ধার্মিকতাৰ প্রসঙ্গত শাৰীৰিক যেনে মল-মূত্র আদি আৰু কিছু উল্লেখ কৰা যায়, কিন্তু ব্রত-উপবাস অনৈচ্ছিক বেগ যেনে জ্বম্ভা (হামি) আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও উপযােগী। ক্ষুথু (হাচি) আদি। চৰক সংহিতাত