পৃষ্ঠা:Su swasthyar aadhar.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হয় আৰু যিয়ে শৰীৰৰ অহিত সাধন ধাৰণ আৰু ইয়াৰ বিপৰীতে নিদ্রানাশৰ নকৰে। দ্বাৰা অধিক দিন আক্রান্ত হলে মৃত্যু পর্যন্ত নিদ্রা ও স্বপ্ন বা নিদ্রা তিনি উপস্তম্ভ হ'ব পাৰে। সেয়েহে নিদ্ৰাৰ ওপৰত গুৰুত্ব দ্বিতীয় গুৰুত্বপূর্ণ অংগ। আয়ুর্বেদ আৰােপ কৰি ত্রি-উপস্তম্ভৰ দ্বিতীয়তে সংহিতাত ৰাত্রিচর্যা সন্দৰ্ভত নিদ্ৰাৰ বিষয়ে নিদ্ৰাক স্থান দি আচাৰ্যসকলে সংহিতাত উল্লেখ কৰিছে। নিদ্রা দেহ বিশ্রাম কাৰক। উল্লেখ কৰিছে। যদি নিদ্রা যুক্তিযুক্ত ভাৱে আচাৰ্য চৰকে কৈছে যেতিয়া দেহ, মন হয় দেহত সুখ আৰু আয়ুসৰ সঞ্চাৰ হয়। ক্লান্ত হয়, লগে লগে ক্রিয়াশীল ইন্দ্রিয় আৰু যােগীসকলে সত্য পথত শুদ্ধ সমূহাে ক্লান্ত হৈ যায় আৰু নিজৰ বিষয়ত বুদ্ধিৰে জীৱন অতিবাহিত কৰে। নিবৃত্ত হ’ব নােৱাৰে তেতিয়াই মানুহে নিদ্রানাশঃ উচিত নিদ্রাই জীৱন উপযুক্ত নিদ্রা যায় বা শুই পৰে। চৰকোক্ত উক্ত ভাৱে অতিবাহিত কৰাত সহায় কৰে। সংজ্ঞাৰ ওপৰি নিদ্ৰাৰ ওপৰৰ সুশ্রুত ইয়াৰ বিপৰীতে অনিদ্রা ব্যাধিস্বরূপ। সংহিতাই কৈছে সংজ্ঞাবাহী শ্রোত সমূহত আচার্য সুশ্রুতে নিদ্রানাশৰ কাৰণ হিচাপে বাত-পিত্ত বৃদ্ধি, মানসিক উত্তেজনা, অৱস্থাভেদে তমযুক্ত স্মােই যেতিয়া আবৃত্ত কৰে তেতিয়াই মানুহে নিদ্রা যায়, ধাতুক্ষয় আৰু অভিঘাত অর্থাৎ বিভিন্ন আঘাতৰ পৰা হােৱা শাৰিৰীক ৰােগ আদি ইয়াক তামসিক নিদ্ৰা বুলি সুশ্রুতে কৈছে। দাঙি ধৰিছে। নিদ্রাহীনতা হলে মূৰত আৰ মানুহ ৰ প্রলয় কাল অর্থাৎ গধূৰ গধূৰ ভাৱ, হামি অহা, শৰীৰৰ মৃত্যুকালত এনে নিদ্রাই সাৱতি ধৰে। জঠৰতা, শ্রম, বদহজন, তন্দ্রা, তথা মানসিক অৱস্থা তথা শৰীৰৰ প্ৰকৃতিৰ বাতজৰােগ উৎপন্ন হয়। অনিদ্ৰাৰ বাবে আধাৰৰ ওপৰত নিদ্রাক ভিন্ন ভিন্ন ৰূপত অভ্যংগ, স্নান, মাছ-মাংস, দধি, ঘৃত, ব্যক্তি বিশেষে পােৱা যায়। সুশ্রুতে কৈছে। আদি পুষ্টিকাৰক খাদ্য, মনৰ অনুকুলে যে- হৃদয় দেহধাৰী জীৱৰ চেতনাৰ স্থল। যােৱা বাতাবৰণ তথা পৰিবেশ, চক্ষুতর্পন, সেয়েহে হৃদয় তমােভিভূত অৱস্থালৈ আহিলে নিদ্ৰা আহে। নিদ্ৰাৰ কাৰণ তম অর্থাৎ বােধন বা জাগৰণৰ হেতু সত্ব গুণযুক্ত বুলি মানি লােৱা হয়। ইয়াৰ বাহিৰেও নিদ্রাবা জাগৰণ দুয়ােটাৰে প্রধান হেতু স্বভাৱ (Nature of human being)। ইয়াতে হৃদয় শব্দৰ দ্বাৰা মানুহৰ মন আৰু মস্তিষ্ককে ধাৰণা কৰিছে। উচিত নিদ্ৰাৰ পৰা লাভঃ নিদ্ৰাৰ পৰা মানুহে লাভ কৰে সুখ- দুঃখ, পুষ্টি-কার্য, বল-অবল, বৃষতা- ক্লীৱতা, জ্ঞান-অজ্ঞানতা তথা সুস্থ জীৱন