পৃষ্ঠা:Su swasthyar aadhar.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহাৰ হৈছে হিতাহাৰ, যি আহাৰ প্রয়ােজনীয় যাক সন্তুলিত আহাৰ ৰােগগ্রস্ত ব্যক্তিয়ে সেৱন কৰে তেনে (Balance diet) বুলি কোৱা হয়। ক্ষেত্ৰত ঔষধি উপয়ােগ হয়তাে আৱশ্যক ১। শৰ্কৰা আৰু শ্বেতসাৰ (Carbohy- নহবও পাৰে। আকৌ যদি ঔষধ গ্রহণ কৰি drates starches and sugars) পথ্যাহাৰ উচিত ভাৱে সেৱননকৰে তেন্তে ২। বসা (Fats- animal and vegetable ৰােগীৰ বাবে ঔষধ প্রয়ােগাে নিস্ফল হয়। oils) উদাহৰণস্বৰূপে জ্বৰ হ’লে লঘু আহাৰ ৩। প্রটিন বা মাংসসাৰ (Proteins- গ্রহণ, পথ্যৰ অন্তৰ্গত কিয়নাে ৰােগী animals and vegetable) শৰীৰত গুৰু আহাৰে বিষম ফল দিব। এই ৪। খনিজ পদার্থ (Mineral salts) গুৰু আহাৰ, শীতল পানীয়, শীত উপচাৰ আদি অপথ্য হিচাপে কাম কৰে। ঠিক ৫। জীৱনীতত্ত্ব (Vitamins) তেনেদৰে পেটৰ বিভিন্ন ৰােগত যেনে ৬। জল (Water as solvent) অম্লপিত্ত, অজীর্ণ, বদহজম, কৌষ্ঠকাঠিন্য

  • শৰীৰ সঞ্চালনৰ বাবে জীৱনী শক্তি

আদি ৰােগত ঔষধিৰ সমানে পথ্যাহাৰাে তথা তাপ শক্তিৰ প্রাপ্তি বিশেষকৈ গুৰুত্বপূর্ণ। কার্বোজ তথাবসাৰ দ্বাৰা হয়। উপযুক্ত আহাৰ শৰীৰৰ সামগ্রিক

  • শৰীৰৰ বিভিন্ন অংগ কোশিকা আদিৰ

বিকাশ তথা সুখ আৰু স্বাস্থ্যৰ আধাৰ। নির্মাণ, বৃদ্ধি তথা ক্ষতিপূৰণ বিশেষকৈ শৰীৰৰ দ্বাৰা আহাৰ পােষণ-প্রক্রিয়া অগ্নি প্রটিন তথা খনিজপদাৰ্থৰ দ্বাৰা হয়। (Biological fire) ৰ ওপৰত নিৰ্ভৰশীল। আহাৰ পাচন, শােষণ তথা চয়াপচয়

  • শৰীৰৰ নিয়মিত জীৱন, ক্রিয়া তথা

(metabolism) yaogop foazni opis হৰম'নৰ ক্ৰিয়া আৰু বিপাক প্রক্রিয়া ক্ৰিয়াৰ অন্তর্গত। বিশেষকৈ ভিটামিন, খনিজ তথা জলৰ দ্বাৰা হয়। আহাৰৰ লাভ (Benifits ofDiet)ঃ চৰক সংহিতাত আহাৰ সেৱনৰ বাবে আহাৰ বলপ্রদ, ই জীৱনীৰ শক্তি আঠটা বিশেষ হিতকাৰী উপদেশ দিয়া প্রদান কৰে উৎসাহ, স্মৃতি, অগ্নিবৃদ্ধি, বর্ণ, হৈছে। ইয়াক অষ্টবিধ আহাৰ বিধি বিশেষ ওজ (ৰােগ প্ৰতিৰােধ ক্ষমতা) আৰু আয়তন বুলি উল্লেখ কৰিছে। এই আঠটা আয়ুস বৃদ্ধি কৰে। পােষণদৃষ্টিকোণৰ পৰা আহাৰ দ্ৰব্য - ১) প্রকৃতি (Nature) ছয় প্রকাৰত ভাগ কৰা হয়। এই ছয় ২) কৰণ (Preparation) প্ৰকাৰ আহাৰৰ পােষকতত্ত্বক (nutrients) ৩) সংযােগ (Combination) বুলি কোৱা হয়। আধুনিক চিকিৎসাবিজ্ঞান অনুসাৰে এই পােষকতত্ত্ব সমূহ শৰীৰৰ ৪) ৰাশি (Quantity) ক্রিয়াত্মক দৃষ্টিকোণৰ পৰা শৰীৰৰ ৫) দেশ (Place) স্বাভাৱিক গঠন আৰু ক্রিয়া সমূহ ৬) কাল (Time) স্বাভাৱিকভাৱে কাৰ্য্য কৰিবলৈ হ'লে নিম্নলিখিত ছয় প্রকাৰৰ খাদ্য সংযােজন। ৭) উপযুক্তা (User) ১৯