পৃষ্ঠা:Su swasthyar aadhar.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রচেষ্টা।

  • নির্জন স্থানৰ গৃহ বা ঘন জংঘলত সমাজ ব্যৱস্থাত ঋষি মুণি সকলে সদবৃত্ত

প্রবেশকৰিবনালাগে। পালনৰ উপযােগীতা তথা ইয়াৰ

  • হিংস্র পশুৰ ওচৰ চাপিব নালাগে।

মূল্যাংকণ আজিৰ সমাজেও দিছে আৰু চৰকাৰী ভাৱে সমাজৰ সংস্কাৰ মূলক

  • নিজৰ শক্তিৰ অবিহনে অযথা শক্তিৰ আৰু হিতকাৰক প্রকল্প ৰূপায়ণ কৰিবলৈ

প্রয়ােগ কৰিব নালাগে। লৈছে। যত চৰকাৰী ভাৱে আৰু বিভিন্ন

  • সঘনাই নাকৰ ভিতৰভাগ স্পর্শ কৰা

চেচ্ছাসেৱী তথা বেচৰকাৰী সংস্থাৰ বানখ কামুৰি থাকিব নালাগে। যােগেদি সেই অতীত ভাৱনাৰ সদবৃত্ত পালন কৰিবলৈ গৈ সমাজৰ উঠি অহা বেগ উপস্থিত হলে মল মুত্র বেগ চামৰ যুৱক যুৱতী স্ত্রীশিক্ষা, স্ত্রী আৰু ধাৰণ নকৰা আদিবােৰ অত্যাৱশ্যকীয় শিশুকল্যাণ, নিচাসক্ত দ্রব্যৰ প্ৰচলন বন্ধ, বিষয় মহর্ষি চৰকে সমাজ কল্যাণ তথা এইৰ দৰে মাৰাত্মক ব্যাধিৰ প্ৰতিৰােধ স্বাস্থ্য ৰক্ষাৰ হকে মানি চলিবলৈ উপদেশ ব্যৱস্থা আদি লগতে মানুহৰ স্বাস্থ্য ৰক্ষা দিছে। উপযুক্ত সদবৃত্ত পালন কৰিবলৈ আৰু সক্রামক বা অসক্রামক ৰােগ আদিৰ চৰক সংহিতাত উল্লেখ কৰিছে- প্ৰতিৰােধৰ ব্যৱস্থা সমাজ কল্যাণৰ হকে ক) আৰােগ্য তথা স্বাস্থ্য জীৱন পালন। বিভিন্ন আচনি গ্ৰহণ কৰি চৰকাৰে পূজি বিনিয়ােগ কৰিছে। খ) শতবর্ষ আয়ুস লাভৰ বাবে মানুহৰ ত্রয় উপস্তম্ভ ঃ গ) সাধু পুৰুষৰ পদাঙ্ক অনুসৰণ। আহাৰ নিদ্ৰা আৰু ব্ৰহ্মচাৰ্য্য এই তিনিটাক ব্রয় উপস্তম্ভ হিচাপে আচার্য্য ঘ) লােকসমাজত যশকিৰ্ত্তীস্থাপন। সকলে বর্ণনা কৰিছে। আহাৰ, নিদ্ৰা আৰু ঙ) প্রীতিভােজন বা অন্যপ্রাণীৰ প্রতি ব্রহ্মচাৰ্য্যৰ সমূচিতপালন আৰু যুক্তিপূর্বক প্রীতি ভােজন আগবঢ়োৱা ইচ্ছা। সেৱন দিনচর্যাৰ এটা মহত্বপূর্ণ অংগ হিচাপে কোৱা হৈছে। এই তিনিটা মানৱ চ) পূণ্যত্মা সকলৰ আদর্শ অনুকৰণ। ইয়াৰ উপৰিও চৰক আচাৰ্য্যই সু- শৰীৰৰ অতি লাগতিয়াল অংগ সঠিকভাৱে পালন কৰি লৈ শৰীৰ উপস্তব্ধ অর্থাৎ স্থৈর্য্য স্বাস্থ্য বা আৰােগ্য তথা ইন্দ্রিয় বিজয় পালন হয়। এই দুয়ােটাকে সর্বোৎকৃষ্ট কৰণীয় সদবৃত্ত বুলি মত পােষণ কৰিছে। তিনি উপস্তম্ভৰ সর্বপ্রথম আহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে কিয়নাে সদবৃত্ত পালনৰ লাভ তথা ইয়াৰ আহাৰেই হৈছে শক্তিৰ উৎস। যি দ্রব্য, মূল্যাংকণঃ অন্ন পান আদি স্বৰূপে শৰীৰে অন্ন উপযুক্ত ভাৱে সদবৃত্ত পালন কৰিলে নলিকাৰ দ্বাৰা গ্ৰহণ কৰে তাকে আহাৰ বা প্রয়ােজনীয় নীতি নিয়ম বােৰৰ প্রতি বুলি কোৱা হয় আকৌ কৈছে যি খাদ্য মানুহৰ অনুভূতি, আগ্রহ বাঢ়িলে মানসিক দ্রব্যই শৰীৰৰ ঋতুসমূহক পুষ্টিসাধন কৰে স্বাস্থ্য বিকাশত বিশেষভাৱে ফল দিয়ে সেয়াই খাদ্য। আয়ুর্বেদ সংহিতাত ৰােগী লগতে সমাজৰ উন্নয়ণ তথা সংস্কাৰ সম্ভৱ আৰু নিৰােগী শৰীৰৰ বাবে আহাৰ দুই হয়। এই উদ্দেশ্য লৈয়ে অতীত ভাৰতীয় ধৰণে নির্বাচন কৰিছে। (১) পথ্য- পথ্য ১৮