পৃষ্ঠা:Su swasthyar aadhar.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচিত। ট) অপৰিস্কাৰ ঠাইত বাস কৰা অনুচিত। ঘ) অত্যাধিক বৃক্ষাৰােহণ কর্ম। ৬। আহাৰ সম্বন্ধীয় সদবৃত্তঃ ঙ) নদী আদিত সোঁতৰ বিপৰীতে সাতোৰা বা সোঁতক বাধাদিয়া। আহাৰবিধি বিশেষ আয়তনৰ অষ্টবিধ নিয়ম বা পদ্ধতি পালন কৰা উচিত। চ) আঠুকাঢ়ি বেছি সময়লৈ বহা। আহাৰৰ মাত্রা বয়স, পৰিশ্ৰম, আৰু ছ) খােজকঢ়া বা বহা আদি কর্মত অংগ। অগ্নিবলৰ ওপৰত নিৰ্ভৰ কৰি সেৱন কৰিব প্রত্যংগ মেৰুদণ্ড পােণ কৰি ৰখা লাগে। বিভিন্ন আহাৰ সেৱন কৰােতে মাত্রা, সংযােগ তথা সংস্কাৰ আদি আহাৰ ৯। মৈথুন সম্বন্ধীয় সদবৃত্তঃ সম্বন্ধীয় নিয়ম পালন কৰা উচিত। ক) অমৈথুনাহ স্ত্রী ওৰজস্বলা, ৰুগ্না, বয়সৰ ৭। অধ্যয়ন সম্বন্ধীয় সদবৃত্তঃ সৈতে সামঞ্জস্য নথকা, বালিকা, কিশােৰী, ক) নিম্নলিখিত সময় বােৰত অধ্যয়ন মৈথুনৰ বাবে ইচ্ছা বা আসক্ত নােহােৱা, কৰা অনুচিত - বিজুলী ঢেৰেকণীৰ বহুপুৰুষৰ লগত সম্পর্ক তথা বিকৃত যােনী সময়ত, অনুচিত বাতাবৰণত, যুক্ত স্ত্রীৰ সৈতে মৈথুন কৰা অনুচিত বুলি অগ্নিৰ উপদ্ৰৱৰ সময়ত, মহােৎসৱৰ আয়ুর্বেদিকশাস্ত্ৰইনিদের্শ দিছে। সময়ত, উল্কাপাতৰ সময়ত, গ্রহৰ খ) অমৈথুনাহস্থলঃ ধার্মিক বৃক্ষৰ তলত, সংযােগ সময় ত, সন্ধ্যাকালত উন্মুক্ত স্থানত, পথ আদিৰ সমীপত, ইত্যাদি। শ্মশানৰ সন্মুখত, বন্ধস্থলত, জলাশয়ৰ ওচৰত, ঔষধি বৃক্ষৰ স্থানত, গুৰু গৃহত, খ) শিক্ষক অবিহনে অথবা গুৰুৰ তদাৰক দেৱমন্দিৰত, বিদ্যা মন্দিৰত তথা অবিহনে অধ্যয়ন কৰা অনুচিত। সার্বজনীন স্থানত মৈথুন কর্ম কৰা গ) অধ্যয়ন কেতিয়াও ভূলকৈ কৰিব অনুচিত। নালাগে। গ) অমৈথুনাহ কাল ও সন্ধ্যাকাল, নিন্দিত ঘ) অধ্যয়ন কেতিয়াও বেছি উচ্চ বা নিম্ন তিথিত, অপৱিত্ৰতাৰে, বৃষ্য ঔষধি নােখােৱাকে, নিশ্চয় তা অবিহনে, স্বৰত কৰিবনালাগে। উত্তেজনা অবিহনে, অত্যাধিক ভােজনৰ ৮। ব্যায়াম সম্বন্ধীয় সদবৃত্তঃ পিছত, বিষম স্থিতিত, মল বা মুত্রৰ বেগৰ ক) কষ্টদায়ক বাহনত ভ্রমণনকৰা। দ্বাৰা পীড়িত অৱস্থাত, অত্যাধিক সময় মৈথুনকার্য কনিষেধ। খ) অতিমাত্রা শ্রম। গ) পর্বত বা পর্বতমালাত অধিক ভ্রমণ ১০। সমাজত পালন কৰিব লগীয়া নকৰা। সদবৃত্ত ও মদ্যপান নকৰা, অবাবত সময় নষ্টনকৰা, অতিবন্ধি নােহােৱা অনুচিত -

  • অত্যাধিক শয়ন বা অধিক জাগৰণ

অনুচিত।

  • ৰাতি অনুচিত স্থানত প্রবেশ নিষেধ।

a. ১৭