পৃষ্ঠা:Su swasthyar aadhar.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অন্তর্গত। কৰা, ক্রোধৰ বশিভূত হােৱা, অত্যাধিক কৰা আদিবােৰ বিষয় ধার্মিক সদবৃত্তৰ চিন্তা, ভয়ভাৱ, অভিমাণ, পৰনিন্দা বা সমালােচনা আৰু আনৰ অনিষ্ট সাধনৰ প্রতি অকৰণীয়ঃপাপকর্মত লিপ্ত হােৱা, মানুহ প্রবৃত্ত হােৱা আদিবােৰ অকৰণীয় কর্ম। বা জীৱ-জন্তুৰ শৱদেহ দেখিলে অনাদৃত ২। চাৰিত্রিক সদবৃত্তঃ কৰা, আৰু ধার্মিক বৃক্ষ, ধ্বজ্বা, গুৰু, তথা কৰণীয় ও সত্যবাদী বা শান্তিপ্রিয় হােৱা, পূজ্যজনৰ প্রতি অকল্যানমূলক বা বিনয়শীল, সময় অনুসাৰে মিতভ্যাসী অমংগলসূচক কর্ম বা বাক্য নিক্ষেপ কৰা ইত্যাদিবােৰ অকৰণীয় ধার্মিক সত্ত। হােৱা, কুশল কামনা, ক্ষমা, ধৈৰ্য্য আৰু লজ্জাভাৱ অৱলম্বন কৰি ৰখা গুণবােৰে ৫। ব্যক্তিক সদবৃত্তঃ চাৰিত্রিক সদবৃত্তৰ অন্তৰ্গত। ক) ঋতু অনুসাৰে দুবাৰ স্নান কৰা উচিত। ইয়াৰ বিপৰিতে ইন্দ্রিয় নিগ্রহ খ) মলত্যাগৰ পিছত মলদ্বাৰ আৰু পাদ অর্থাৎ শৰীৰৰ ইন্দ্রিয়সমূহৰ ওপৰত ভালদৰে প্রক্ষালন কৰিব লাগে। নিয়ন্ত্রণ নৰখা, আনৰ ধন সম্পত্তিৰ ওপৰত গ) এটা পক্ষত কমেও তিনিবাৰ ক্ষৌৰকৰ্ম লােভ কৰা, প্রচলিত নীতি নিয়ম উলংঘা কৰাদৰকাৰ। কৰা, দুষ্ট সংগ আৰুপৰস্ত্রীৰ প্রতি আসক্তি আদিবােৰ অকৰণীয় সদবৃত্ত। ঘ) পৰিস্কাৰ বস্ত্র পৰিধান কৰা উচিত। ঙ) পথত খােজকাঢ়িলে ছত্র (ছাতি), দণ্ড ৩। সামাজিক সদবৃত্তঃ (বৃদ্ধ বয়সত), পদত্রাণ (চেণ্ডেল, কৰণীয় ও অতিথিৰ প্রতি সম্মান প্রদর্শন, জোতা আদি) আৰু শিৰস্ত্রাণ আচার্য আৰু সিদ্ধ পুৰুষৰ প্রতি সন্মান, বৃদ্ধ (ৰ'দৰ তাপৰ পৰা পৰিত্ৰাণ পাবলৈ তথা বংশৰ বয়ােজেষ্ঠৰ প্রতি সন্মান, ব্যৱহাৰ কৰা পাগুৰী, টুপী আদি) সকলাে প্ৰাণীৰ প্রতি প্রেমভাৱ ৰখা, ব্যৱহাৰ কৰা উচিত। ভীতিগ্রস্থলৈ অভয় আশ্রয় দান কৰা, দুর্গত্ত চ) কেশ প্রসাধন অর্থাৎ চুলিত তৈল আৰুপীড়িত লােকক ৰক্ষা কৰা। আদিৰ প্রয়ােগ। অকৰণীয় ও আনৰ প্রতি দুর্ব্যৱহাৰ, লােকৰ ছ) নিত্য তৈল অভ্যংগ অর্থাৎ শৰীৰত সৈতেদন্দ কলহকৰা, শ্রেষ্ঠ আৰুদক্ষ লােকৰ সদায় তেল মালিচ আদি কর্ম। সৈতে বিৰােধ কৰা, অধার্মিক তথা দেশ- জ) ঔষধিযুক্ত ধূমপাণ বিশেষকৈ ভােজন, দ্রোহীৰ সৈতে মিত্রতাক। আৰু দন্ত ধাৱণৰ (Brushing of ৪। ধার্মিক সদবৃত্তঃ Tooth) পিছত কৰা প্রয়ােজনীয়। কৰণীয় ও আস্তিকতাৰ প্রতি প্রবৃত্ত হােৱা, ঝ) পথত বা গৃহত চলা ফুৰা কৰােতে দৃষ্টি দেৱতা, গাে,ব্রাহ্মণ, গুৰু, সিদ্ধ পুৰুষ তথা সন্মুখৰ ফালে থকা উচিত। বৃদ্ধ আৰু আচার্য প্রতি ভক্তি প্রদর্শন এ) ৰােগ হলে চিকিৎসকৰ পৰামর্শ মতে কৰা। যজ্ঞ, দান, দক্ষিনা আৰু মঙ্গলাচৰণ প্রশস্ত ঔষধি প্রয়ােগ।