পৃষ্ঠা:Su swasthyar aadhar.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নস্য (Nasaldrops) ঃ নাকেৰে ঔষধিগুণযুক্ত তেল, চূর্ণ আদি প্রয়ােগ কৰি শিৰ (Head), নাক, চাইনাছ আৰু ডিঙিৰ ৰােগৰ চিকিৎসা কৰা পদ্ধতিকনস্য কোৱা হয়। আয়ুর্বেদত উল্লেখ কৰা অনুসৰি নাক, শিৰ, চাইনাছ আৰু ডিঙিৰ ওপৰ অংশৰ ব্যাধি ভাল কৰিবলৈ নাসা মার্গেৰেই ঔষধ প্রয়ােগ উত্তম। এই ক্ষেত্ৰত অনুতৈল, ষড়বিন্দুতৈল, কতফলাদি চূর্ণ আদি ঔষধী নস্য হিচাপে চিকিৎসক পৰামর্শ অনুসৰি ব্যৱহাৰ কৰিলে সুফল অভ্যংগ (Massage)ঃ পােৱা যায়। সাধাৰণ অৰ্থত অভ্যংগ মানে ব্যায়াম (Exercise) ঃ হল শৰীৰত তেল বা স্নেহ পদাৰ্থৰ দ্বাৰা যি শাৰীৰিক কৰ্মই আমাৰ নিয়মপূর্বক মালিচ কৰা পদ্ধতি। এই শৰীৰক শক্তিশালী কৰি তােলে লগতে পদ্ধতিত কুহুমীয়া ঔষধী তেল বা স্নেহ শৰীৰলৈ লঘূতা আনে তাকে ব্যায়াম প্রয়ােগ কৰি মালিচ কৰা হয়। ইয়াৰদ্বাৰা কোৱা হয়। ব্যায়াম সদায় পৰিমিত ৰূপত বিভিন্ন বিষ আৰু অন্যান্য বাত ব্যাধি কৰিব লাগে, তেতিয়া স্বাস্থ্যৰ বাবে প্রশমন হয়। তদুপৰি ছালৰ বর্ণ উজ্জ্বল হয়। উপকাৰী হয়। অন্যহাতে সকলাে প্ৰকাৰ আৰু বিভিন্ন চর্ম ৰােগ প্ৰতিৰােধ হয় শ্রম ব্যায়ামৰ অন্তৰ্গত আৰু অত্যাধিক শ্রম লগতে শৰীৰক শক্তিশালী আৰু নিৰােগী শৰীৰৰ বাবে অপকাৰী। নিয়মিত খােজ কৰি তােলে। বিভিন্ন অংগ-প্রত্যংগত কঢ়া সকলাে মানুহৰ বাবে এটি নির্দিষ্ট অভ্যংগ প্রয়ােগ কৰি শৰীৰৰ ৰােগ। প্রয়ােজনীয় ব্যায়াম। ব্যায়ামৰ পৰা শৰীৰ নিৰাময়ত সহায় হয় যেনে পাদ অভ্যংগৰ লঘু হয়, মেদ ক্ষয় হয়, হজম শক্তি বৃদ্ধি (Massage in feet) ফলত গৃসী হয় আৰু কৰ্ম সামর্থ্য বাঢ়ে লগতে শৰীৰৰ (Sciatica) বেমাৰ প্ৰতিৰােধ কৰে, চকুৰ বর্ণ উজ্বল কৰে। প্রকৃত ব্যায়ামৰ লক্ষণ দৃষ্টি ভাল হয় আৰু ভৰিৰ পেশী, স্নায়ু হল শৰীৰৰ পৰা ঘামবাহিৰ হােৱা। আৰু টেণ্ডন আদি শক্তিশালী হয়। শিৰ অভ্যংগৰ ফলত চুলি সৰা, চুলি পকা প্ৰতিৰােধ কৰে, মূৰৰ বিষ দূৰ কৰে আৰু জ্ঞানেন্দ্রিয়সমূহক পােষন কৰে। ইয়াৰ উপৰিও উদ্বর্তনৰ (Dry Massage) দ্বাৰা কফ দোষ প্রশমন হয় লগতে খৰ, খজুৱতী আদি নিৰাময় কৰে আৰু ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে। L-2