পৃষ্ঠা:Su swasthyar aadhar.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
আয়ুর্বেদৰ পােষ্ট গ্রেজুৱেট ছাত্র-ছাত্রীয়ে চৰকাৰেও আয়ুর্বেদিক চিকিৎসাৰ প্ৰসাৰ আৰু

বিভিন্ন অনুসন্ধান মূলক কাম কাজ বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰােপ সুবিধা গ্রহণ কৰি আছে। আয়ুর্বেদিক কৰিছে। ইতিমধ্যে ২০১২ চনত অসমত কলেজ চৌহদত অৱস্থিত ৰাজ্যিক সুকীয়াভাৱে আয়ুষ সঞ্চালকালয় গঠন কৰে আয়ুর্বেদিক ঔষধ নির্মাণগাৰত উন্নত আৰু পৰৱৰ্তী সময়ত ২০১৪ চনত ৰাষ্ট্ৰীয় মানৰ আয়ুর্বেদিক ঔষধ প্রস্তুত কৰি আয়ুষ অভিযান, অসম আৰম্ভ কৰে। ৰােগীকবিতৰণ কৰা হয়। ৰাজ্যৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত অসম চৰকাৰে আয়ুর্বেদিক একহেজাৰৰ অধিক আয়ুর্বেদিক চিকিৎসা চিকিৎসালয় স্থাপন, Clinical Health বিষয়াই কাৰ্যনির্বাহ কৰি আছে। অসম Establishment Act 2016ৰ অধীনত চৰকাৰে উন্নত মানদণ্ডৰ আয়ুর্বেদিক নিয়ন্ত্রণ কৰে। আয়ুর্বেদিকঔষধ প্রস্তুত নির্মাতা ঔষধ ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত প্রতিষ্ঠান সমূহDrug and CosmeticAct বিনামূলীয়াকৈ ৰাইজৰ সেৱাত উপলব্ধ 1940 ৰ অধীনত নিয়ন্ত্রণ হয়। অসম কৰিছে। Danigond Ayurvedic Medical College, Terdal, Karnataka 4