পৃষ্ঠা:Su swasthyar aadhar.pdf/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধাৰণতে হােমিঅ'পেথিক চিকিৎসাৰ বিষয়ে জনসাধাৰণৰ মনলৈ অহা কেইটামান প্রশ্ন চিকিৎসা মানেই লাহে লাহে ক্রিয়া কৰা চিকিৎসা নহয়। বৰং বহু সময়ত ইয়াৰ কার্যকাৰিতা অন্য পদ্ধতিৰ ঔষধতকৈ সােনকালে দেখা যায়। ১াহােমিঅ'পেথিক চিকিৎসাপদ্ধতি এটা ধীৰ গতিত কাম কৰা চিকিৎসা পদ্ধতি নেকি? এইটো নিৰ্ভৰ কৰে ৰােগীজন কি বেমাৰত আৰু কেতিয়াৰ পৰাভূগি আছে তাৰ ওপৰত। কিন্তু হঠাৎ আৰম্ভ হােৱা বেমাৰ এটা যেনে-জ্বৰ, কাহ,চর্দি, পেটৰ বেমাৰ, মূৰৰ বিষ আদিত যিবােৰ চিৰৰােগ নহয় সেইবােৰ বেমাৰৰ সঠিক ঔষধ দিলে ৰােগী অতি সােনকালে ভাল পায়। কিন্তু বেমাৰটো যদি দীর্ঘদিনীয়া বা দীর্ঘদিন ধৰি ৰােগীজনক কষ্ট দি থকা চিৰ ৰােগ (Chronic) হয় যেনে- বাতবিষ, হাঁপানি, ব্রংকাইটিছ, একজিমা আদি, তেনে ক্ষেত্ৰত ঔষধসমূহে বেমাৰটো সম্পূৰ্ণৰূপেভাল কৰিবলৈ ৰােগীজনক সকাহ দিবলৈ কিছু সময় লয়। যদিও ই অন্য চিকিৎসা পদ্ধতিত কৈ কিছু বেছি সময় লােৱা দেখা যায়,ই বেমাৰটো সম্পূর্ণ ৰূপে আৰােগ্য কৰাত সহায় কৰে। সেয়ে হােমিঅ'পেথিক ২৷ হােমিঅ'পেথিক ঔষধৰ লগত অন্যান্য দৰব বা এলােপেথিক দৰব খাব। পাৰিনে? হােমিঅ'পেথিক চিকিৎসাৰ চিকিৎসা প্রণালী আন চিকিৎসা পদ্ধতিতকৈ পৃথক হােৱাৰ বাবে এই ঔষধ অকলে ব্যৱহাৰ কৰাটোৱে যুক্তি সংগত। কিন্তু কেতবােৰ জীৱন ৰক্ষক ঔষধৰ সৈতে একেলগে প্রয়ােগ কৰি পিছত অন্য পদ্ধতিৰ ঔষধৰ পৰিমাণ লাহে লাহে কমাই আনিবন্ধকৰি দিয়াটোহেউৎকৃষ্ট। ৩া হােমিঅ'পেথিকদৰৰ সেৱনকৰি থকাৰ সময়ত পিয়াজ,নহৰু, চাহ,কফি আদি খােৱাটো সম্পূর্ণরূপে নিষিদ্ধ নেকি? হােমিঅ'পেথিক ঔষধ সেৱন কৰাৰ সময়ত পিয়াজ, নহৰু, চাহ, কফি