পৃষ্ঠা:Su swasthyar aadhar.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখা যায়। কেইটামান হােমিঅ'পেথিক ঔষধ হােমিঅ'পেথিক ঔষধ সমূহ হলঃ হ’ল—আর্চ এলবাম, আর্চ আয়ােদ, টিউবাৰকুলিনাম, বেৰিলিয়াম, কাৰচিনােচিন, গ্রেফাইটিছ, কেলি আর্চ, কেলি ব্রোম, ইউফ্রেচিয়া, গ্রেফাইটিছ, বেচিলিনাম, লাইক’পদিয়াম, পেট্রোলিয়াম, ফচফৰাছ, আৰ্চেনিক এলবাম আদি। চিপিয়া, ছালফাৰ আদি। অন্যান্য স্ব-অনাক্রমতা ৰােগ সমূহৰৰ হােমিঅ'পেথিক চিকিৎসাৰে চিকিৎসা কৰি 8) tacou os (Sarcodosis): উপশম হােৱা দেখা যায়। এই ৰােগত আক্রান্ত চাৰকোড’চিছ হ’ল আমাৰ শৰীৰৰ। ব্যক্তিয়ে অৰ্হতা সম্পন্ন হােমিঅ'পেথি বিভিন্ন অংগ ডােখৰা-ডুখৰিকৈ উখহি উঠা চিকিত্সকৰ পৰামৰ্শগ্ৰহণ কৰিলে সুফল পাব। ৰােগ। এইবােগত আমাৰ শৰীৰৰ লিম্ফ Rheumatoid Arthritis নােড়, হাওঁফাওঁ, চকু, ছাল, যকৃত, হৃদযন্ত্র, প্লীহা, মগজু আদি আক্রান্ত হয়। এইৰােগৰ নির্দিষ্ট কোনাে কাৰণ জনা নাযায় যদিও জিনগত, লিংগ আৰু জাতি (Race) আদিয়ে প্ৰভাৱিত কৰে। এই ৰােগ পুৰুষতকৈ মহিলাৰ বেছিকৈ হােৱা দেখা যায় আৰু সাধাৰণতে ২০ ৰ পৰা ৪০ বয়সৰ লােক বেছিকৈ আক্রান্ত হয়। অতিপাত ভাগৰ, জ্বৰ, ওজন কমি যােৱা, গাঁঠিৰ বিষ মুখ শুকোৱা, নাকেৰে তেজ ওলােৱা, পেট উখহা আদি লক্ষণ দেখা যায় যদিও আক্রান্ত অংগ ভেদে লক্ষণ বেলেগ বেলেগ দেখা দিব পাৰে। এই ৰােগৰ হােমিঅ'পেথিক চিকিৎসা কৰাৰ পৰিসৰ আছে আৰু উপযুক্ত চিকিৎসাৰে উপশম দিব পাৰি। সচৰাচৰ ব্যৱহাৰ হােৱা Mand Ant Ath Createst in the The cartage dann bepalesef destruct Digitalis