পৃষ্ঠা:Su swasthyar aadhar.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপৰ্যোপৰি উত্তেজনাবশতঃ এইসমস্যাই দেখা নিৰ্ভৰ কৰি উপযুক্ত হােমিঅ'পেথিক ঔষধ দিব পাৰে। এনে সমস্যাত হােমিঅ’পেথিক প্রয়ােগ কৰি সুফল পােৱা দেখা যায়। ঔষধৰ কার্যকাৰিতা দেখা যায়। কেতবােৰ এইক্ষেত্ৰত কেতবােৰ উল্লেখনীয় ঔষধ হােমিঅ'পেথিক ঔষধ হল— কেলকেৰিয়া হ’ল— আর্নিকা, হাই পাৰিকাম, কটা, কার্বনিকাম, কনিয়াম, থুজা, কেলকেৰিয়া চিশ্যইটাম, এপিচ আদি। ফ্লকিাম আদি। (১০) পােৰা (Burn) ও জুয়ে (৯) আঘাত পােৰাই এটি দৈনন্দিন পােৰা, গৰম পানীয়ে পােৰা বা অন্যান্য জীৱনত প্ৰায়ে হােৱা এটি সমস্যা। এই গৰম ধাতবীয় বস্তুৰ দ্বাৰা পােৰা আদি আঘাত শৰীৰৰ কোন ঠাইত হৈছে যেনে— বিভিন্ন কাৰণত দেহৰ বিভিন্ন ঠাইত আঘাত মূৰ, স্নায়ু, হাড়, মাংসপেশী আদি বা পােৱা ব্যক্তি গৰাকীৰ অৱস্থাৰ ওপৰত কেনেধৰণৰ বা কি সঁজুলিৰ দ্বাৰা হৈছে নিৰ্ভৰ কৰি যাবতীয় পৰিচৰ্যা গ্ৰহণ কৰি যেনে- ৰক্তক্ষৰণ বা ৰক্তক্ষৰণহীন আঘাত, লগত হােমিঅ'পেথিক ঔষধ প্রয়ােগ কৰি জোঙা অস্ত্র, ধাতব বা অধাতব অস্ত্র, কীট- সুফল পােৱা যায়। সাধাৰণতে কেৰিচ, পতংগৰ কামােৰ আদি প্ৰকৃতিৰ ওপৰত কষ্টিকাম আদি ঔষধ প্রয়ােগ কৰা হয়। স্নায়ুটেমুনা পােৰা কাঠ-আচিনাই Exostoses MULTIPLE EXOSTOSES