পৃষ্ঠা:Su swasthyar aadhar.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমস্যাই দেখা দিয়া দেখা যায়। চাফ- চাচাপাৰিলা, কেৰিচ, কেলকেৰিয়া কার্ব চিকুণতা আৰু এই ৰােগৰ কাৰকসমূহৰ পৰা ইত্যাদি। নিজকে আঁতৰাই ৰাখি হােমিঅ’পেথিক (৬) পুৰুষৰ মূত্রাশয়, গ্রন্থি চিকিৎসা কৰিলে সুফল লাভ কৰিব পাৰি। পৰিৱৰ্ধন (Enlarged Prostate) : পুৰুষৰ কেতবােৰ উল্লেখনীয় হােমিঅ'পেথিক ঔষধ সাধাৰণতে পঞ্চাছ বছৰ উৰ্ধত এই সমস্যাই হ’ল— দেখা দিব পাৰে। এই সমস্যাৰ প্রকৃতি, বেলাড’না, আর্নিকা, কেলকেৰিয়া আকৃতি আৰু ব্যক্তিগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ পিৰিকাম, মার্ক ছ’ল, হেপাৰ চাল, ওপৰত নিৰ্ভৰ কৰি চিকিৎসা আগবঢ়ালে ছালফাৰ, ছাইলেচিয়া আদি। সুফল পােৱা দেখা যায়। কেতবোেৰ (৪)কাঠ আঁচিনাই, শিঙাল বাকঠুৱা হােমিঅ'পেথিক ঔষধ হ’ল চেবাল (Wart orCorn)ঃ দেহৰ বিভিন্ন ঠাইত টান চেলতা, থুজা, কেলকেৰিয়া ফ্ল’ৰিকাম, বা কোমল বা খহটা, কেতিয়াবা তেজৰঙা লাইক’পডিয়াম, কষ্টিকাম, ইকুইজি টাম, বিশিষ্ট উখহা দেখা যায়। বিভিন্ন কাৰণত কেৰিচ আদি। যেনে ঃ ভাইৰাছ, সঘনাই ঘহনি খাই থকা দেহৰ অংশত এই সমস্যাই দেখা দিয়ে। (৭)চকুত ওলােৱাআঁচিনাই(Stye) উখহা অংশটিৰ বৈশিষ্ট্য আৰু দেখা দিয়া ও বিভিন্ন বয়সৰ ব্যক্তিৰ এই সমস্যা দেখা ঠাইডােখৰৰ লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি পােৱা যায়। টোপনি ক্ষতি, অত্যাধিক চকুত হােমিঅ’পেথিক ঔষধ ব্যৱহাৰ কৰিলে জোৰ পৰা কাৰ্য, উজ্জ্বল পােহৰৰ সংস্পর্শত সুফল পােৱা দেখা যায়। কেতবােৰ আৰু দেহৰ আভ্যন্তৰীণ সমস্যা থাকিলে উল্লেখনীয় ঔষধ হল— এনেধৰণৰ সমস্যাই দেখা দিব পাৰে। খুজা, নাইট্রিক এচিড়, এন্টিম ক্রুড, কুহুমীয়া নিমখ পানীৰ সেক ব্যৱহাৰ কৰি ডালকামাৰা, নেট্রাম মিউৰ ইত্যাদি। উপৰােক্ত কাৰ্য্যসমূহ নিয়ন্ত্রণ কৰি লক্ষণভিত্তিক হােমিঅ'পেথিক চিকিৎসা (৫) বৃক্কৰ পাথৰী ৰােগঃ সাধাৰণতে গ্রহণ কৰিলে সুফল পােৱা দেখা যায়। মানুহৰ খাদ্যাভ্যাস, কর্মব্যস্ততাৰ বাবে কেতবােৰ হােমিঅ’পেথিক ঔষধ হল কমকৈ পানী খােৱা আৰু অন্যান্য ষ্টেফিচেগিয়া, পালচেটিলা, অভ্যন্তৰীণ কাৰণত আমাৰ শৰীৰৰ বৃক্কৰ বেলাডােনা, ছালফাৰ, কেলকেৰিয়া ভিতৰত পাথৰ সৃষ্টি হােৱা দেখা যায়। এই ফ্লৰিকাম, হিপাৰ চালফ, চাইলিচিয়া আদি। পাথৰীৰ আকৃতি-প্রকৃতি আৰু অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি উপযুক্ত হােমিঅ’পেথিক (৮) অস্বাভাবিক হাড় বৃদ্ধি ঔষধ প্রয়ােগ কৰি এই ৰােগ আৰােগ্য কৰিব (Exostosis) ঃ ভৰিৰ গােৰােহাত বা দেহৰ পৰা যায়। এই ৰােগত সচৰাচৰ ব্যৱহাৰ বিভিন্ন হাড়সমূহত অস্বাভাৱিক হাঁড়বৃদ্ধি হােৱা হােমিঅ'পেথিক ঔষধ সমূহ হ’ল ঃ হ'লে বিভিন্ন সমস্যাই দেখা দিয়ে। দেহৰ লাইক’প’ডিয়াম, বাৰবাৰিচ ভালগেৰিচ, আভ্যন্তৰীণ কাৰণ বা নির্দিষ্ট অংশটিত ২২৭