পৃষ্ঠা:Su swasthyar aadhar.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শল্যৰােগৰ চিকিৎসাত হােমিঅ'পেথিক চিকিৎসাৰ ভূমিকা। শল্যৰৰগৰ চিকিৎসাত হােমিঅ'পেথিক চিকিৎসাৰ এক বিশেষ ভূমিকা আছে। বহুতাে শল্যােগ এই চিকিৎসাৰে শল্য বা অস্ত্রোপচাৰ নকৰাকৈ আৰােগ্য কৰিব পৰা যায়। আনহাতে শল্য চিকিৎসাৰ আগত আৰু পিছত দেখা দিয়া বহু ধৰণৰ সমস্যা বা জতিলতা এই চিকিৎসাৰে নিৰাময় কৰিব পৰা যায়। তলত কেইটিমান শল্যৰৰাগৰ হােমিঅ'পেথিক চিকিৎসাৰ বিষয়ে আলােচনা কৰা হ'ল - ১) স্নায়ুটেমুনা (Ganglion) ঃ সাধাৰণতে প্রাপ্তবয়স্ক মহিলা বা পুৰুষৰ দীঘলীয়া সময়ৰ বাবে বহি থকা কাৰ্য্য ক্ষেত্ৰত প্ৰায়ে দেখা যায়। অত্যাধিক ওজন কৰিলেও এই সমস্যাই দেখা দিয়া দেখা কঢ়িওৱা, কাপােৰ অটা, গধুৰ বস্তু হাতেৰে যায়। খাদ্যভ্যাস সঠিক কৰাৰ লগতে পকোৱা আদি কাৰ্য্যৰ বাবে হাতৰ কোষ্ঠকাঠিন্য আতৰাই নিয়মীয়া উপৰিভাগত টান, উখােহা টেমুনা হােৱা শৌচাভ্যাসে এই ৰােগ নিৰাময় কৰাত সহায় দেখা যায়। উপৰােক্ত কার্যসমূহ যিমান সম্ভৱ কৰে। কমাই কৰি হােমিঅ’পেথিক ঔষধ ব্যৱহাৰ এই ৰােগৰ সু-চিকিৎসাৰ বাবে কৰিলে সুফল পােৱা দেখা যায়। কেতবােৰ কেতবােৰ হােমিঅ'পেথিক ঔষধ হ’ল নাক্স হােমিঅ'পেথিক ঔষধ হল— ভমিকা, এছকুলা হিপ, ছালফাৰ, নাইট্রিক আর্নিকা মন্টানা, থুজা এচিড, বাটনহিয়া, কোলিচোনিয়া, অক্সিডেন্টেলি, লাইকোপডিয়াম, ৰুটা, হেমামেলিছ, এলােচকট্রিনা, কেলকেৰিয়া কেলকেৰিয়া ফ্লোৰিকাম আদি। ফ্ল'ৰিকাম আদি। (২) অর্শবােগ (Piles) ঃ আজিকালি (৩) বিভিন্ন ধৰণৰ ফোঁহা (Boils)ঃ প্রায় ব্যক্তিৰে এই ৰােগ হােৱা দেখা যায়। আমাৰ জীৱনকালত ইসচৰাচৰ হৈ থকা এটি অত্যাধিক মছলাজাতীয় খাদ্য, মাংস, কণী সমস্যা। সাধাৰণতে অত্যাধিক গৰম দেহৰ ইত্যাদি খােৱাৰ বাবে কোষ্ঠকাঠিন্য হৈ বাবে অনুপযােগী পােছাক পৰিচ্ছদৰ ব্যৱহাৰ পিছলৈ এইৰােগত ভােগা দেখা যায়। খুব বা বিভিন্ন অণুজীৱৰ সংক্রামনৰ বাবে এই ২২৬