পৃষ্ঠা:Su swasthyar aadhar.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬)কঁকালৰ বিষ ঃ গৰ্ভাৱস্থাৰ সময়ত উপযুক্ত লাে যুক্ত পুষ্টিকৰ আহাৰ খােৱাৰ দেখা দিয়া এটি সাধাৰণ সমস্যা হ’ল কঁকালৰ লগতে কেতবােৰ হােমিঅ’পেথিক ঔষধ গ্রহণ বিষ। প্রায় আধা সংখ্যক বা সকলাে গৰ্ভৱতী কৰিলে ইয়াৰ পৰা হাত সাৰিব পাৰি। এই মহিলাই এই সমস্যাত ভােগে। গৰ্ভাৱস্থাত সমস্যাৰ কেইটামান ঔষধ হল— কেলি ফচ, বৃদ্ধি হৈ অহা সন্তানৰ হেচা, কোষ্ঠকাঠিন্য, চাইনা, কেলকেৰিয়া ফচ, ফেৰাম মেত, মূত্ৰনলীৰ সংক্রমণ, হৰম'নৰ পৰিবৰ্তন আদি ফেৰাম ফচ, নেট্রাম মিউৰ, কেলিকার্বআদি। কাৰণত এই উপসর্গ দেখা দিয়ে। এই ৮) গৰ্ভাৱস্থাৰ উচচ ৰক্তচাপ ক্ষেত্ৰত মহিলা গৰাকীয়ে উপযুক্ত অৱস্থানত (Hypertensive disorder of বহাৰ লগতে হােমিঅ'পেথিক ঔষধ যেনে Pregnancy)ঃ৮—১১% গৰ্ভৱতী মহিলাৰ এচকুলাচ হিপ, আর্ণিকা মনণ্টেনা, বাচ উচ্চৰক্তচাপৰ ফলত জটিলতাই দেখা দিয়ে। টক্স, কেলি কার্ব, লেডাম পাল আদি সেৱন এই সময়ত ১৪০/৯০ এম এম অৱ কৰি উপশম পাব পাৰে। মার্কাৰীতকৈ ৰক্তচাপ বেছি হ'লে উচ্চ ৰক্ত চাপ বুলি ধৰাহয়। এই সময় চোৱাত ৰক্তচাপ বৃদ্ধি হলে বিভিন্ন জটিলতাই দেখা দিব পাৰে। সেয়ে নিয়মিত ভাবে ৰক্ত চাপ পৰীক্ষা কৰাৰ লগতে চিকিত্সকৰ পৰামর্শ মতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই সমস্যাত ব্যৱহাৰ হােৱা হােমিঅ’পেথিক ঔষধ কিছুমান হ’ল— এপিচ মেল, মার্ক ক’ৰ, চাইনা, অৰাম মেট, হেলােনিয়াচ, টেবেৰিনথিনা, গ্লোনইন, চেপিয়া আদি। ৭) গৰ্ভাৱস্থাত হােৱা ৰক্তহীনতা ও সাধাৰণতে মানুহৰ দেহৰ তেজত ১২-১৫ ৯) গর্ভপাত (Abortion) গ্রাম% হিমগ্লবিন থাকিব লাগে। বিশ্ব স্বাস্থ্য গর্ভপাত স্বতঃস্ফুত বা বাধ্যতামূলকো হ’ব সংস্থাৰ মতে এজনী গৰ্ভৱতী মহিলাৰ কমেও পাৰে। গৰ্ভধাৰণৰ পৰা ২২ সপ্তাহৰ আগতে ১২ গ্রাম % হিমগ্লবিন তেজত থাকিব যদি ভ্ৰণটো নষ্ট হয় তেনেহ'লে স্বতঃস্ফুত লাগে। গৰ্ভাৱস্থাৰ সময়ত ভাৰতবর্ষ তথা গর্ভপাত বুলি কোৱা হয় আৰু অন্যান্য সমগ্র দক্ষিণ পূর্ব এচিয়াৰ দেশসমূহত কোনাে কাৰণত যদি গর্ভনষ্ট কৰিব লগা হয় হিম’গ্লবিন কমি যােৱাটো এটি বৃহৎ তাক বাধ্যতামূলক গর্ভপাত বােলা হয়। স্বাস্থ্যজনিত সমস্যা। গৰ্ভাৱস্থাত ৪–১৬% আকৌ যদি গর্ভস্থ সন্তানটোৰ গর্ভপাত মহিলাই ইয়াৰ বাবে মৃত্যু বৰণ কৰিব লগা হােৱাৰ আশংকাই দেখা দিছে কিন্তু ইয়াক হয়। ভাৰতবৰ্ষত আজিও ৬০—৮৮% বচাবপৰা সম্ভাৱনা আছে তেনেহলে ইয়াক গৰ্ভৱতী মহিলাই আৰু সাধাৰণ মহিলাই শংকাজনিত(Threatened abortion) বুলি ৰক্তহীনতাত ভােগে। সেয়ে গৰ্ভাৱস্থাত কোৱা হয়। গর্ভপাতৰ সমস্যাৰ পৰা পৰিত্ৰান। ২১৪