পৃষ্ঠা:Su swasthyar aadhar.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আনহাতে বহুতাে লােকৰ ধাৰণা যে বুলি চিকিত্সকে দিয়া পৰামৰ্শতকৈ বেছিঔষধ হােমিঅ’পেথিক ঔষধে লাহে লাহে ক্রিয়া খাব নালাগে। কৰে; এয়া সত্য নহয়। ৰােগৰ প্রকৃতি আৰু আজিকালি বহুসময়ত বিভিন্ন লােকৰ ইয়াৰ লক্ষণ সমুহ সঠিক ৰূপে নিৰুপন কৰি মুখত শুনা যায় হােমিঅ’পেথিক চিকিৎসা সদৃশ বিধানৰ দ্বাৰা চিকিৎসা কৰিলে ৰােগী বর্তমান বহুত উন্নত হৈছে। কাৰণ সােনকালে আৰােগ্য লাভ কৰে। সেয়ে অৰ্হতা হােমিঅ'পেথিক চিকিত্সত আজিকালি সম্পন্ন চিকিৎসকৰ ওচৰত চিকিৎসা কৰাটো বিভিন্ন পিল, টেবলেট,ৰংচঙীয়া পেকিং থকা অতি প্রয়ােজন। টনিক, ইনজেকচন আদি ওলাইছে। পিছে আকৌ বহু সময়ত দেখা যায় যে এইবােৰ প্ৰকৃত হােমিঅ’পেথিক চিকিৎসা বা হােমিঅ’পেথিক ঔষধ খােৱাৰ পিছত ৰােগীৰ চিকিৎসাৰ আধুনিকতাৰ লক্ষণনহয়,ইব্যৱসায় লক্ষণসমূহ কমাৰ সলনি বৃদ্ধিহে পায় আৰু বৃদ্ধিৰ এক চক্রান্তহে। বৰং ইজেনৰ দ্বাৰা তেতিয়া ৰােগীসকল আতংকিত হয় আৰু প্রয়ােগ কৰা ঔষধতকৈ জিভাত দিয়া অধিক কষ্ট ভােগ কৰে। ইয়াৰ কাৰণাে দুটা। ঔষধেহে সােনকালে কাম কৰে। কাৰণ প্রথম কথা হ’ল হােমিঅ’ চিকিৎসাত ৰােগীৰ হােমিঅ'পেথিক ঔষধ সদায় স্নায়ুৰ শৰীৰত এটি সদৃশঔষধ প্রয়ােগকৰা হয় আৰু জৰিয়তেহে কাম কৰে। আকৌবহুলােকৰ পৰা ঔষধৰ শক্তি ভুগি থকা ৰােগটোতকৈ অলপ শুনিবলৈ পােৱা যায় যে হােমিঅ'পেথিক বেছিহয় বাবে অতিকম সময়ৰ বাবে ৰােগীয়ে চিকিৎসা এটি আওপুৰণি চিকিৎসা আৰু ইয়াৰ শাৰীৰিক লক্ষণসমূহ অলপ বৃদ্ধি হােৱা যনে আধুনিক কোনাে গৱেষণা নাই। এই ধাৰণাও অনুভৱ কৰে যদিও ৰােগীয়ে মানসিকভাৱে সত্য নহয়। কাৰণ এই চিকিৎসা পদ্ধতিৰ সুস্থঅনুভৱ কৰে। ইয়াক হােমিঅ'পেথিকবৃদ্ধি গৱেষণাকৰাৰবাবে কেন্দ্রীয় চৰকাৰৰ অধীনত বােলা হয়।ইয়াৰ দ্বাৰা ৰােগীৰক্ষতিনহয়বৰং ‘কেন্দ্রীয় হােমিঅ'পেথিক গবেষণা পৰিষদ এয়া যে ৰােগ আৰােগ্যৰ দিশে গতি কৰাৰ আছেআৰু ইয়াৰ অধীনত দেশৰ বিভিন্ন প্রান্তত এক নিশ্চয়তাহে। দ্বিতীয়, ৰােগ বৃদ্ধিৰ কাৰণ থকা গৱেষণা কেন্দ্রসমূহত বিভিন্ন ক্ষেত্ৰত হ’ল বােগীজনৰ শৰীৰত প্রয়ােগ কৰা ঔষধৰ গৱেষণা অব্যাহত আছে। আনকি গৱেষণাৰ পৰিমাণ লগাতকৈ অধিক হােৱাটো। যিহেতু পৰা দেখা গৈছে এই চিকিৎসাৰ দ্বাৰা বিভিন্ন হােমিঅ'পেথিক ঔষধসমূহ অতি সূক্ষ্ম আৰু জটিল ৰােগ যেনে— কেন্সাৰ, এই আদি ন্যূনতম ঔষধেই ৰােগীক আৰােগ্য কৰিব ৰােগত হােমিঅ’পেথিক চিকিৎসাইসুফল লাভ পাৰে সেয়ে চিকিৎসকে দিওঁতেও ঔষধৰ কৰিছে। আনহাতে দেখা গৈছে আজি দুশ বছৰ পৰিমাণ বেছি হ'ব পাৰে নতুবা চিকিৎসকে আগতে প্রমাণিত হােৱাঔষধসমূহৰ কার্যকৰিতা দিয়া উপদেশতকৈ ৰােগীয়ে বেছিকৈ ঔষধ আজিও অপৰিৱৰ্তিত হৈ আছে কাৰণ ই খােৱাৰ ফলতত এই ধৰণৰ অৱস্থা হ'ব পাৰে। প্রাকৃতিকনিয়মৰ ওপৰত আধাৰিত।অথচআন ইয়াক ‘ঔষধৰ বৃদ্ধি’ বুলি কোৱা হয়। সেয়ে কেতবােৰ চিকিৎসা পদ্ধতিত সেই পদ্ধতিৰ ৰােগীয়ে কেতিয়াও সােনকালে ভাল হওঁক ঔষধৰ দ্রুত ভাৱে পৰিৱৰ্তন হৈ আছে। ১৯৮