পৃষ্ঠা:Su swasthyar aadhar.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিকিৎসাইবিশেষ সহায় কৰিব নােৱাৰে। আকৌ কিছুমান ৰােগত কিছুমান নির্বাচিত খাদ্য খােৱাটোও প্রয়ােজনীয়। সেয়ে কোনাে লক্ষণ নথকা বা জন্মগতভাৱে শৰীৰ কোনাে অংগনথকাআদি ক্ষেত্ৰত চিকিৎসকৰ পৰামর্শ অনুসৰি ঔষধৰ বা হােমিঅ'পেথিক চিকিৎসা বিশেষ ৰােগটোৰ লগত বিপৰীত ক্রিয়া নথকা খাদ্য বা পথ্য আদি খাব লাগে। কার্যকৰী নহয়। হােমিঅ'পেথিক চিকিৎসাৰসময়ত খাদ্যৰ হােমিঅ'পেথিক চিকিৎসা সম্পর্কে বাধ্যবাধকতা আৰু প্রয়ােজনীয়তা (Diet থকা ভ্রান্ত বিশ্বাস (Misconcepts about Restriction and Inclussion during Homoeopathy): Homoeopathic treatment): আমাৰ সমাজত এনে কিছুমান বিশ্বাস হােমিঅ'পেথিক ঔষধ খােৱাৰ সময়ত প্রচলিত হৈ আছে যে হােমিঅ'পেথিক বহুতাে ৰােগীয়ে নিজাববীয়াকৈ বা আনৰ চিকিৎসা শিশু আৰু মহিলা ৰােগীৰ ক্ষেত্ৰত পৰামর্শমতে (চিকিৎসকৰনহয়)নহৰু, টেঙা, বেছি কার্যকৰী আৰু বয়সীয়াল, বৃদ্ধ বা পিয়াজ আদি বন্ধ কৰি দিয়ে কিন্তু এনেবােৰ ৰাগিয়াল বস্তু সেৱন কৰা লোেক এই ঔষধে কামনকৰে। কিন্তু এই ধাৰণা শুদ্ধ নহয়।কাৰণ খাদ্য সকলাে সময়তে বন্ধ কৰাৰ প্রয়ােজন। নহয়। যিবােৰ ঔষধৰ সৈতে কোনাে খাদ্যই হােমিঅ’পেথিক ঔষধসমূহ প্রমাণ কৰােতে সেইঔষধৰ বিপৰীতক্রিয়াকন্দ্বি পাৰে তেনে বয়স-লিংগ নির্বিশেষে সকলাে ধৰণৰ ব্যক্তিৰ ওপৰত পৰীক্ষা কৰিহে ইয়াক ঔষধ হিচাপে খাদ্য খােৱাহে বন্ধ কৰা হয়। সেয়ে হােমিঅ’পেথিক ঔষধ গ্রহণ কৰাৰ সময়ত গ্রহণ কৰা হৈছে। এই ঔষধ ৰাগিয়াল বস্তু চিকিৎসকৰ পৰামর্শ অনুসৰি যি বাধ্যবাধকতা সেৱন কৰা ৰােগীৰ ক্ষেত্ৰতাে সমানেই ক্রিয়া দিয়ে সেয়া মানি চলিব লাগে। কৰে। আনকিবহুসময়তৰাগিয়াল দ্ৰব্যৰ প্ৰতি থকা আসক্তিকো হােমিঅ'পেথিক চিকিৎসাৰ আনহাতে যিসকল ৰােগীয়ে কোনাে দ্বাৰা নিৰাময় কৰিব পৰা যায়। কঠিন বা দীঘলীয়া ৰােগৰ বাবে কিছুমান নিয়মিতভাৱে এলােপেথিক ঔষধবা ভিটামিন আদি সেৱন কৰি থাকে, তেনেকুৱা ৰােগীৰ ক্ষেত্ৰতাে হঠাতে সেই ঔষধসমূহ হােমিঅ’পেথিক ঔষধ খালেও বন্ধ কৰিব নালাগে। ক্রমান্বয়ে ৰােগৰ উন্নতি হলেহে। লাহে লাহে উক্ত ঔষধসমূহ কমাই আনি বন্ধ কৰিব পৰা যায়। ১৯৭