পৃষ্ঠা:Su swasthyar aadhar.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. পাৰি। হােমিঅ'পেথিক চিকিৎসাৰে বহুধৰণৰ স্বৱাইন ফ্লু, চিকেন গুনিয়া, মাজু আই মানসিক ৰােগ যেনে— মানসিক (Chicken pox) আৰু সৰু আই উত্তেজনা (Anxiety), হতাশগ্রতা আদিৰ চিকিৎসাকৰাৰ লগতে এই ৰােগ (Depression), মানসিক চাপ সমূহৰ প্ৰতিষেধকো দিব পাৰি। (stress) আদি আৰােগ্য কৰিব পাৰি। হােমিঅ'পেথিক চিকিৎসাৰ সীমাবদ্ধতা বিভিন্ন ধৰণৰ ন-পুৰণি চৰ্মৰােগ, (Limitation of Homoeopathy): এলার্জি আদি হােমিঅ'পেথিক চিকিৎসাৰে নিৰাময় কৰিব পাৰি। অন্যান্য চিকিৎসা পদ্ধতিৰ দৰে হােমিঅ'পেথিক চিকিৎসাৰে হােমিঅ'পেথিক চিকিৎসা পদ্ধতিৰ বিভিন্ন দীঘলীয়াকৈ আৰু বেছিমাত্ৰাত ঔষধ ক্ষেত্ৰত সীমাবদ্ধতা আছে। উদাহৰণ স্বৰূপে- খােৱা বাবে হােৱা কৃত্রিম ৰােগ হােমিঅ'পেথিক চিকিৎসাৰে কার্যক্ষমতা (Artificial disease) for sent হেৰুৱাই পেলােৱা (irreversible pathology) অংগ-প্রত্যংগৰ ৰােগ হােমিঅ'পেথিক চিকিৎসাৰেশৰীৰৰ আৰােগ্য কৰিব নােৱাৰি। স্বপ্রতিবােধ ক্ষমতাৰ বাবে উৎপন্ন হােৱা যান্ত্রিক, জৈৱ ৰাসায়নিক বা শল্য carist (auto-immune disease) চিকিৎসাৰ প্রয়ােজন হােৱা ৰােগৰ যেনে, এছ এল ই, বাতবিষ ক্ষেত্ৰত হােমিঅ’পেথিক চিকিৎসাৰ (Rhumatoid Arthritis), stab সীমাবদ্ধতা আছে। (Psoriasis), অট’ইমিউন আর্টিফোবিয়া, মেনিয়াৰ ডিজিচ অতি জৰুৰী অৱস্থা, যেনে— হঠাৎ (Meniear's diseases), otot হােৱা ডাঙৰ দুর্ঘটনা, বৈদ্যুতিক শক, ৰেটিভ ক’লাই টিচ, ভিটিলিগাে হঠাতে উশাহ-নিশাহবন্ধ হােৱা, পানীত (vitiligo) আদিৰ উন্নতি সাধিব ডুব যােৱা, বেছি ঠাণ্ডা হৈ যােৱা আদি ক্ষেত্ৰত হােমিঅ’চিকিৎসাই কিছুসহায় কৰিব পাৰে যদিও ইয়াৰ সীমাবদ্ধতা এই চিকিৎসাৰে বাৰে বাৰে হৈ থকা আছে। Contest (Intermittent disease) আৰােগ্য কৰিব পাৰি। শৰীৰ বা অংগ-প্রত্যংগৰ ক্রিয়া শক্তি হেৰুৱাই পেলােৱা, সংজ্ঞাহীন বা আধা এই চিকিৎসাৰে বহুধৰণৰ সংক্রামক সংজ্ঞাহীন অৱস্থালৈ যােৱা বা যিবিলাক ৰােগ (Epidemic disease) যেনে, ক্ষেত্ৰত লক্ষণ সংগ্ৰহৰ সুবিধা নাথাকে ডেংগু, জাপানীজ এনকেফেলাইটিজ, তেনেকুৱা অৱস্থাত হােমিঅ'পেথিক পাৰি। . ০ ১৯৬