পৃষ্ঠা:Su swasthyar aadhar.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(খ) প্রাণীজগত Animal Kingdom) (গ) খনিজ উৎস (Mineral Kingdom), যেনে— বিভিন্ন প্রাণীৰ নিসৰণ, কীট যেনে— সােণ, ৰূপ, পাৰা, ছালফাৰ, পতংগ, মকৰা, সাপৰ বিষ আদি। ফছফৰাচ, লাে আদি মৌল আৰু বিভিন্ন এচিদ, ৰাসায়নিক যৌগ আদি, ফেটি সাপ ছড়িক্লি'ৰাইড় টেৰেণ্টলা গন্ধক কাটল মাছ গ্রেফাইট “হােমিঅ'পেথিক চিকিৎসাই কেৱল ৰােগ আনােগ্যই নকৰে,ই ৰােগক মানৱদেহৰ বিশৃংখলঅৱস্থা হিচাপেচিকিৎসা কৰে। এই সার্বিক ধাৰণা উপনিষদৰ ভাৱধাৰাৰ দ্বাৰা সমর্থিত, যত মানৱ দেহযন্ত্রক দেহ, মন আৰু আত্মাৰ মিলিত অৱস্থা হিচাপেবর্ণনাকৰা হৈছে।” —ড° সৰ্বপল্লীৰাধাকৃষ্ণণ।