পৃষ্ঠা:Su swasthyar aadhar.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শক্তিক হােমিঅ'পেথিক চিকিৎসাত মায়াজ’ জেকা ঠাইখন সেই ৰােগৰ প্ৰতিপালকৰকাৰণ (Miasm) আখ্যা দিয়া হৈছে। এই আৰু জেকা ঠাইৰ পৰা আঁতৰি নহালৈ মায়াজ’মেই হ’ল ৰােগ সৃষ্টিৰ প্ৰধান কাৰণ ৰােগীয়ে আৰােগ্য লাভ নকৰে। তেনেদৰে (Fundamental cause)। হােমিঅ'পেথিক ঠাণ্ডা, ধুলি, এ.চি (A.C.) আদিও এনে চিকিৎসাৰ মতে সকলােবােৰ চিৰৰােগ একোটা ৰােগৰ প্রতিপালক কাৰণ হ'ব পাৰে। (Chronic Disease)ৰ মূল কাৰণ হ’ল হােমিঅ’পেথিৰ দর্শন মতে জীৱনীশক্তিৰ তিনিটা মায়াজম। এই মায়াজম কেইটাৰ এটা বিশৃংখল হলেহে যিহেতু আমাৰ শৰীৰত অযৌন (non-veneral) মায়াজম - চৰা ৰােগৰ সৃষ্টি হয়, সেয়েহে সমগ্র মানুহজনেই (Psora) আৰু দুটা যৌন (veneral) ৰােগৰ দ্বাৰা আক্রান্ত হয়, কোনাে এটি বিশেষ মায়াজম-ছিফিলিছ (Syphilis) আৰু অংগ আক্রান্ত নহয় বা হব নােৱাৰে। মাথোঁ ছাইকোচি (Sycosis)। আনহাতে অচিৰ ৰােগীৰ দুর্বল অংগৰ মাজেৰে জীৱনীশক্তিয়ে ৰােগৰ (Acute disease) মূল কাৰক হ'ল ৰােগৰ লক্ষণ সমষ্টি প্রকাশ কৰে। জীৱনী উত্তেজক কাৰক(exciting cause) বা অচিৰ শক্তিৰ এই লক্ষণসমষ্টিপ্রকাশকে আমি ৰােগ মায়াজম (acute miasm)। কিছুমান ৰােগ বুলি কওঁ। দেখাতচিৰৰােগ যেন লাগে যদিও ই প্ৰকৃততে চিৰৰােগ নহয়। কাৰণ ৰােগৰ প্ৰতিপালক কাৰণ (Maintaining cause)ৰ কাৰণে এই হােমিঅ'পেথিক চিকিৎসাত ৰােগৰ ধৰণৰ ৰােগসমূহত মানুহে দীর্ঘদিন ধৰি ভুগি শ্রেণীবিভাগ (Classification of থাকে; কিন্তু প্রতিপালক কাৰকটো আঁতৰাই disease in Homoeopathic System of দিলে ৰােগীজনে আৰােগ্য লাভ কৰে। Medicine): উদাহৰণ স্বৰূপে যদি হাঁপানী (Asthama) হেনিমেনে মানুহৰ ৰােগ বা অসুস্থতাক ৰােগত ভুগি থকা ব্যক্তি এজন জেকা ঠাইত (illness) প্রধানত তিনিটা ভাগত ভাগ থকা বাবেহে ভুগি আছে তেন্তে এই ক্ষেত্ৰত কৰিছে— অসুস্থতা প্রকৃত ৰােগ সাধাৰণ অসুস্থতা (Indisposition) শল্যৰােগ (Surgical Diseases) (Disease proper or Dynamic disease) ১৮৭